কোভিড মহামাৰী সময়ছোৱাত সকলো লোক ঘৰতে আবদ্ধ হৈ আছে, এনে সময়তে এইগৰাকী মহিলাই ঘৰতে বহু উন্নত মানৰ কেক প্ৰস্তুত কৰি আহিছে। মহিলা গৰাকীয়ে কেক বনোৱাৰ লগতে বিভিন্ন ধৰণৰ খাদ্য সম্ভাৰৰ ৰেচিপি তৈয়াৰ কৰি আহিছে।
ইয়াৰোপৰি তেওঁ বিগত সময়ছোৱাত আগ্ৰহী বহুতো যুৱক-যুৱতীক কেক প্ৰস্তুত কৰাৰ প্ৰশিক্ষণ দিয়া বুলিও সংবাদ মাধ্যমৰ সন্মুখত জানিবলৈ দিয়ে।
Leave a Reply Cancel reply