34 C
Guwahati
Wednesday, July 28, 2021

Buy now

নলবাৰীত কেক প্ৰস্তুত কৰি স্বাৱলম্বীতাৰ এক সুন্দৰ নিদৰ্শন এগৰাকী মহিলাৰ

■ নলবাৰীত কেক প্ৰস্তুত কৰি স্বাৱলম্বীতাৰ এক সুন্দৰ নিদৰ্শন দাঙি ধৰিছে এগৰাকী মহিলাই। নলবাৰী জিলাৰ গোপাল বজাৰৰ বাসিন্দা ৰূপালী শৰ্মাই কেক প্ৰস্তুত কৰি এক সুন্দৰ নিদৰ্শন দাঙি ধৰিছে।

কোভিড মহামাৰী সময়ছোৱাত সকলো লোক ঘৰতে আবদ্ধ হৈ আছে, এনে সময়তে এইগৰাকী মহিলাই ঘৰতে বহু উন্নত মানৰ কেক প্ৰস্তুত কৰি আহিছে। মহিলা গৰাকীয়ে কেক বনোৱাৰ লগতে বিভিন্ন ধৰণৰ খাদ্য সম্ভাৰৰ ৰেচিপি তৈয়াৰ কৰি আহিছে।

ইয়াৰোপৰি তেওঁ বিগত সময়ছোৱাত আগ্ৰহী বহুতো যুৱক-যুৱতীক কেক প্ৰস্তুত কৰাৰ প্ৰশিক্ষণ দিয়া বুলিও সংবাদ মাধ্যমৰ সন্মুখত জানিবলৈ দিয়ে।

spot_img

Related News @ Articles

LEAVE A REPLY

Please enter your comment!
Please enter your name here

spot_img

Stay Connected

21,981FansLike
2,875FollowersFollow
277SubscribersSubscribe
spot_img
- Advertisement -spot_img

Latest Articles & News

spot_img
Facebook
error: Content is protected !!