34 C
Guwahati
Wednesday, July 28, 2021

Buy now

শিৱসাগৰত অখিল গগৈঃ কাৰাবন্দী অখিল গগৈক কাষত পাই উচুপি উঠিল এগৰাকী মহিলা

শুকুৰবাৰে কাৰাবন্দী অখিল গগৈ শিৱসাগৰত আহি উপস্থিত হোৱাৰ পিছত আজি সমষ্টিৰ অন্তৰ্গত বিভিন্ন ঠাইত ৰাইজৰ মাজলৈ যোৱাৰ সময়ত হাঁহচৰাৰ চেতিয়া গাঁৱৰ মহিলা সকলে উৰুলি দি বিধায়ক জনক উষ্ম আদৰণি জনোৱাৰ সময়ত অখিলক কাষত পাই এগৰাকী মহিলাৰ দুচকুৱে আনন্দৰ চকু পানী ওলাই অহা পৰিলক্ষিত হয়

  • শিৱসাগৰত অখিল গগৈ
  • সমষ্টিৰ বিভিন্ন ঠাইত ৰাইজৰ মাজত অখিল গগৈ
  • কাৰাবন্দী অখিল গগৈক কাষত পাই উচুপি উঠিল মহিলা

♦ ১০৮ নং শিৱসাগৰ বিধানসভা সমষ্টিৰ নৱ নিৰ্বাচিত বিধায়ক অখিল গগৈ উপস্থিত হয় সমষ্টিবাসী ৰাইজৰ মাজত। এন আই এৰ গোচৰত জামিন লাভ কৰি শিৱসাগৰ সমষ্টিৰ বিভিন্ন সমস্যাৰ বুজ ললে অখিল গগৈয়ে। কাৰাবন্দী হৈ থকাৰ পিছতো শিৱসাগৰ সমষ্টিবাসী ৰাইজে তেখেতক দিয়া মৰমৰ বাবে চিৰ কৃতজ্ঞ হৈ ৰম বুলি অখিল গগৈয়ে মত পোষণ কৰে।

শুকুৰবাৰে কাৰাবন্দী অখিল গগৈ শিৱসাগৰত আহি উপস্থিত হোৱাৰ পিছত আজি সমষ্টিৰ অন্তৰ্গত বিভিন্ন ঠাইত ৰাইজৰ মাজলৈ যোৱাৰ সময়ত হাঁহচৰাৰ চেতিয়া গাঁৱৰ মহিলা সকলে উৰুলি দি বিধায়ক জনক উষ্ম আদৰণি জনোৱাৰ সময়ত অখিলক কাষত পাই এগৰাকী মহিলাৰ দুচকুৱে আনন্দৰ চকু পানী ওলাই অহা পৰিলক্ষিত হয়।

শিৱসাগৰ জিলাখন দেশৰ ভিতৰত ‘ষ্টেট হেৰিটেইজ চাইট’ হিচাপে পৰিগণিত কৰিবলৈ আগন্তুক বিধানসভা অধিৱেশনত পোন প্ৰথমবাৰৰ বাবে দাবী উত্থাপন কৰিব বুলি সাংবাদিকৰ আগত জানিবলৈ দিয়ে অখিল গগৈয়ে।

spot_img

Related News @ Articles

LEAVE A REPLY

Please enter your comment!
Please enter your name here

spot_img

Stay Connected

21,981FansLike
2,875FollowersFollow
277SubscribersSubscribe
spot_img
- Advertisement -spot_img

Latest Articles & News

spot_img
Facebook
error: Content is protected !!