Thursday, July 31, 2025
30.7 C
Guwahati
TOP NEWS:

নতুন পদ্ধতিৰে অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন

নতুন ব্যৱস্থাসমূহ জনসাধাৰণৰ মাজলৈ লৈ যোৱাৰ বাবে এতিয়ালৈ বিভিন্ন ৰাজনৈতিক দলৰ সৈতে অনুষ্ঠিত কৰা হৈছে ৪,৭১৯খন বৈঠক, য’ত অংশগ্ৰহণ কৰিছে প্ৰায় ২৮ হাজাৰ লোকে।

- Advertisement -

নতুন ব্যৱস্থাসমূহ জনসাধাৰণৰ মাজলৈ লৈ যোৱাৰ বাবে এতিয়ালৈ বিভিন্ন ৰাজনৈতিক দলৰ সৈতে অনুষ্ঠিত কৰা হৈছে ৪,৭১৯খন বৈঠক, য’ত অংশগ্ৰহণ কৰিছে প্ৰায় ২৮ হাজাৰ লোকে।

দেশত স্বচ্ছ আৰু নিকাকৈ নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে নতুন নতুন কৌশল লৈ বুধবাৰে গুৱাহাটীত ভাৰতৰ নিৰ্বাচন আয়োগৰ সহকাৰী সঞ্চালক অপূৰ্ব কুমাৰৰ সৈতে সংবাদিকৰ মত-বিনিম়য় অনুষ্ঠান অনুষ্ঠিত হয়। য’ত অংশগ্ৰহণ কৰে ২৮টাকৈ সংবাদ প্ৰতিষ্ঠানৰ প্ৰতিনিধিয়ে। এই মত বিনিময় অনুষ্ঠানত চলিত বৰ্ষৰ ১৯ ফেব্ৰুৱাৰীৰ পৰা ১০ জুনলৈ ভাৰতৰ নিৰ্বাচন আয়োগে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপ সন্দৰ্ভত অৱগত কৰে আয়োগৰ সহকাৰী সঞ্চালকগৰাকীয়ে কিছুমাহৰ পাছতে হ’বলগীয়া বিহাৰ বিধানসভা নিৰ্বাচন, অসম আৰু পশ্চিম বংগ বিধানসভা নিৰ্বাচনত ২৩টাকৈ নতুনত্ব আনিব নিৰ্বাচন আয়োগে। ভোটাৰৰ বাবে এতিয়াৰে পৰা থাকিব মোবাইল ডিপ’জিটৰ সুবিধা। একোটা ভোট কেন্দ্ৰত থাকিব ১২০০কৈ ভোটাৰ। কল’নী থকা অঞ্চলত থাকিব ভোটিং চেন্টাৰ।

নতুন ব্যৱস্থাসমূহ জনসাধাৰণৰ মাজলৈ লৈ যোৱাৰ বাবে এতিয়ালৈ বিভিন্ন ৰাজনৈতিক দলৰ সৈতে অনুষ্ঠিত কৰা হৈছে ৪,৭১৯খন বৈঠক, য’ত অংশগ্ৰহণ কৰিছে প্ৰায় ২৮ হাজাৰ লোকে।

নতুন পদ্ধতিৰে নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে ৩ হাজাৰ ছুপাৰ ভাইজ’ৰক প্ৰশিক্ষণ প্ৰদান কৰিছে নিৰ্বাচন আয়োগে। আন ১ লাখ বি এল এ ছুপাৰ ভাইজ’ৰক প্ৰশিক্ষণ প্ৰদান কৰাৰ বাবেও নিৰ্বাচন আয়োগে চলাই আছে প্ৰস্তুতি। বৰ্তমান ৰাজ্যত আছে ২ কোটি ৪৮ লাখ ভোটাৰ। বৰ্তমান আছে ২৯,৫৬৫টা পোলিং ষ্টেচন। নতুন পদ্ধতিৰে নিৰ্বাচন অনুষ্ঠিত কৰিলে অসমত ২০২৬চনত বৃদ্ধি পাব ৩ৰ পৰা ৪ হাজাৰ পোলিং ষ্টেচন। তাৰ লগতে সাংবাদিকেসকলকো তথ্য লাভৰ ব্যৱস্থা কৰিব নিৰ্বাচন আয়োগে।

Hot this week

Poor family availing PMJAY benefits in SSB Composite Hospital...

Bajaj Finance’s Financial Literacy initiative ‘Arthsutra Samvad’ Reaches Assam’s Heartland

  The Pan-India Financial Literacy programme aims to promote...

Let’s Break It Down this World Hepatitis Day

Guwahati, July 28, 2025: Marking World Hepatitis Day on...

কোন হ’ব বিহালীত পৰৱৰ্তী বিধায়ক ? দিগন্ত ঘাটোৱালৰ আসন কোনে দখল কৰিব :

কোন হ’ব বিহালীত পৰৱৰ্তী বিধায়ক ? দিগন্ত ঘাটোৱালৰ আসন...

Topics

Poor family availing PMJAY benefits in SSB Composite Hospital...

Let’s Break It Down this World Hepatitis Day

Guwahati, July 28, 2025: Marking World Hepatitis Day on...

কোন হ’ব বিহালীত পৰৱৰ্তী বিধায়ক ? দিগন্ত ঘাটোৱালৰ আসন কোনে দখল কৰিব :

কোন হ’ব বিহালীত পৰৱৰ্তী বিধায়ক ? দিগন্ত ঘাটোৱালৰ আসন...

সুভাংশু শুক্লাসহ অন্য ৩ গৰাকী মহাকাশচাৰীৰ পৃথিৱী অভিমুখে ওভতনি যাত্রা

AXIOM-4 অভিযানৰ সুভাংশু শুক্লাসহ অন্য ৩ গৰাকী মহাকাশচাৰীৰ পৃথিৱী...

Related Articles

Popular Categories

Assam
clear sky
29.2 ° C
29.2 °
29.2 °
77 %
1.5kmh
0 %
Thu
34 °
Fri
32 °
Sat
31 °
Sun
27 °
Mon
31 °