
বৈঠকত পর্যাপ্ত পৰিমাণে সমূহীয়া পুলি বাগান স্থাপন কৰি বানপীড়িত কৃষকসকলক বিনামূলীয়াকৈ কঠিয়া বিতৰণৰ ব্যৱস্থা কৰিবলৈ মন্ত্ৰীগৰাকীয়ে বিষয়াসকলক নির্দেশ দিয়ে। মন্ত্ৰীগৰাকীয়ে ক্ষতিগ্রস্ত লোসকলক সকাহ দিয়াৰ লগতে কৃষকসকলৰ সুবিধার্থে তাৎক্ষণিক প্ৰয়োজনীয় সঁহাৰি দিবলৈ সঞ্চালকালয় আৰু জিলা পর্যায়ত নিয়ন্ত্রণ কক্ষ স্থাপন কৰা কথা প্ৰকাশ কৰে। 






