Monday, May 12, 2025
28 C
Guwahati

অসমৰ ভাষা-সাহিত্যৰ মহীৰূহক গভীৰ শ্ৰদ্ধাৰে স্মৰণ

- Advertisement -
- Advertisement -
- Advertisement -
- Advertisement -

তীক্ষ্ণ বুদ্ধিদ্দীপ্ত চিন্তা, সৃষ্টি আৰু প্ৰতিভাৰে হোমেন বৰগোহাঞিদেৱে অসমৰ জাতীয় জীৱনলৈ বহু উল্লেখযোগ্য অৰিহণা যোগাই থৈ গৈছে। তেখেতৰ অপূৰ্ব সৃষ্টিৰাজি, বৌদ্ধিক দৃষ্টিভংগী তথা সংবাদ সেৱাৰ প্ৰতি আগবঢ়োৱা অৰিহণাই‌ কৰ্মচেতনাৰে জাতিটোক অনুপ্ৰাণিত কৰি যাব। আজি পুণ্যতিথিত অসমৰ ভাষা-সাহিত্যৰ এইগৰাকী মহীৰূহক গভীৰ শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ।

- Advertisement -

Hot this week

শ্ৰোণীৰ প্ৰদাহ ৰোগ

শ্ৰোণীৰ প্ৰদাহ ৰোগ পি আই ডি কাক কয়? পি...

লক্ষণ অনুযায়ী স্ত্রী নির্ণয়

লক্ষণ অনুযায়ী স্ত্রী নির্ণয় দৈহিক গঠন আৰু প্ৰকৃতি অনুযায়ী নাৰীক...

ঢেঁকীশালৰ চকুলো 🖋️ হিমাংশু গগৈ

পূৰ্বতে অসমৰ প্ৰতিখন সম্ভ্ৰান্ত পৰিয়ালৰ এখন চিনাকি মুখ আছিল...

১০০ জনৰো অধিক সন্ত্ৰাসবাদী নিহত হৈছে

● জম্মু-কাশ্মীৰ ৯টা সন্ত্ৰাসবাদীৰ ঘাটিত ভাৰতে চলোৱা আক্ৰমণত...

Topics

শ্ৰোণীৰ প্ৰদাহ ৰোগ

শ্ৰোণীৰ প্ৰদাহ ৰোগ পি আই ডি কাক কয়? পি...

লক্ষণ অনুযায়ী স্ত্রী নির্ণয়

লক্ষণ অনুযায়ী স্ত্রী নির্ণয় দৈহিক গঠন আৰু প্ৰকৃতি অনুযায়ী নাৰীক...

ঢেঁকীশালৰ চকুলো 🖋️ হিমাংশু গগৈ

পূৰ্বতে অসমৰ প্ৰতিখন সম্ভ্ৰান্ত পৰিয়ালৰ এখন চিনাকি মুখ আছিল...

১০০ জনৰো অধিক সন্ত্ৰাসবাদী নিহত হৈছে

● জম্মু-কাশ্মীৰ ৯টা সন্ত্ৰাসবাদীৰ ঘাটিত ভাৰতে চলোৱা আক্ৰমণত...

Press Briefing on Operation Sindoor

https://www.youtube.com/live/VUXwnp_6vB8?si=AyP_xzN6Be-ZEtDv  

Related Articles

Popular Categories

লেখনি বিচৰা হৈছেঃ


Follow the Khobor Media Group channel on WhatsApp: https://whatsapp.com/channel/0029Va7zdb21SWswKyHYlX11

লেখনি বিচৰা হৈছেঃ
অসম খবৰ ডিজিটেল সংবাদ গোষ্ঠীৰ বাৰ্ষিক আলোচনী ‘জনকণ্ঠ’ৰ বাবে সৃষ্টিশীল লেখনি বিচৰা হৈছেঃ
প্ৰতিগৰাকী লেখক/লেখিকাৰ বাবে অনুৰোধঃ

📌 লেখাবোৰ সৃজনীমূলক লেখা, যেনে- স্বৰচিত গল্প, প্ৰৱন্ধ, কবিতা, ধাৰাবাহিক উপন্যাস, অনুবাদ সাহিত্য, ভৌতিক গল্প, বিশেষ ব্যক্তিৰ সাক্ষাৎকাৰ, ভ্ৰমণ কাহিনী, ক্ৰীড়া বাৰ্তা, নীলাখামৰ চিঠি, কৌতুক, সাঁথৰ, মহৎ লোকৰ বাণী, কুইজ, সাংবাদিকতাৰ অভিজ্ঞতা, সংবাদ ক্ষেত্ৰৰ ভৱিষ্যত, বুৰঞ্জীমূলক লেখা, স্বাস্থ্য সজাগতা,
ৰাজনীতিৰ ওপৰত লেখা, সৃষ্টিশীল বাতৰি, ছবি, কাৰ্টুন, ফটোগ্ৰাফী ইত্যাদি সামৰি লোৱা হৈছে।
📌 একেজন লিখকৰ একাধিক সৃষ্টিও ইয়াত প্ৰকাশ পাব। চৰ্ত কেৱল প্ৰকাৰ ভিন্ন হোৱাটো বাঞ্চনীয়।
📌আলোচনীত যিকোনো ধৰণৰ লেখা প্ৰকাশ পাবৰ বাবে আপোনাৰ সৃষ্টিৰাজিক স্পষ্টকৈ মোবাইলত বা কম্পিউটাৰ DTP কৰি  asomkhobor@gmail.com অথবা 8404052898 নম্বৰত প্ৰেৰণ কৰিবলৈ অনুৰোধ জনালোঁ।
ইতি-
অসম খবৰ’ পৰিয়ালৰ হৈ
মুখ্য সম্পাদক অশ্বিনী কুমাৰ গগৈ
মুখপাত্ৰ সম্পাদক শ্ৰীমন্ত দাস


This will close in 45 seconds