31.3 C
Guwahati
Tuesday, November 11, 2025
More

    শেহতীয়া আপডেটঃ

    পাকিস্তানৰ যুদ্ধবিৰতি অতি নিন্দনীয়, এইবাৰ সমুচিত উত্তৰ পাব পাকিস্তানে: বিদেশ সচিব বিক্ৰম মিশ্ৰি

    পাকিস্তানক যোগ্য প্ৰত্যুত্তৰ দিয়াৰ বাবে সেনাক দিয়া হৈছে কৰ্তৃত্ব।

    • যুদ্ধ বিৰতি উলংঘা কৰি মহাবিপদত পৰিল ভাৰতৰ চিৰবৈৰী পাকিস্তান। পাকিস্তানৰ যুদ্ধ বিৰতিক অতি গুৰুত্বসহকাৰে লৈছে ভাৰত চৰকাৰে।
    • শনিবাৰে নিশা সংবাদমেল সম্বোধন কৰে ভাৰত চৰকাৰৰ বিদেশ সচিব বিক্ৰম মিশ্ৰিয়ে। সংবাদমেলত মিশ্ৰিয়ে পাকিস্তানৰ যুদ্ধবিৰতিক অতি নিন্দনীয় ঘটনা বুলি উল্লেখ কৰে।
    • যুদ্ধবিৰতি পুনৰবাৰ ভংগ কৰিলে পাকিস্তানে। আৰু ইয়াৰ উত্তৰ হিচাপে ভাৰতৰ সেনা বাহিনীক পাকিস্তানৰ বিৰুদ্ধে সকলো প্ৰয়োজনীয় আৰু কঠোৰ ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিছে বিক্ৰম মিশ্ৰিয়ে।
    • যুদ্ধ বিৰতি ভংগৰ বাবে পাকিস্তান জগৰীয়া- এই মন্তব্য বিদেশ সচিব বিক্ৰম মিশ্ৰিৰ। পাকিস্তানক যোগ্য প্ৰত্যুত্তৰ দিয়াৰ বাবে সেনাক দিয়া হৈছে কৰ্তৃত্ব।

      News Source #News18

     

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
    • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
    • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS AUDIO CREDITS- COMPOSITION- ZUBEEN GARG LYRICS-ZUBEEN GARG MUSIC PRODUCER- ZUBEEN GARG CO-PRODUCER- NILOTPAL BORA & GAURI SHANKAR LAHON VOCALS- ZUBEEN GARG, ACHURJYA BORPATRA ACOUSTIC GUITAR- ISHANU NYLON & ELECTRIC GUITAR- PRITOM GOHAIN BARUAH BASS GUITAR- BISWAJIT CHAKRABORTY CHORUS VOICES-[...]

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    NOTICE ROI ROI BINALE Film

    •   আবেগ-অনুভূতিত কোনেও যাতে চিনেমাখনৰ ভিডিঅ' ১ ছেকেণ্ডো যাতে আপলোড নকৰে। আনকি ফটোও।  

    •   ট্ৰেলাৰটো ইতিমধ্যে দেখিছেই সকলোৱে। এই কাম নকৰিব। কিয়নো যি কাম তেওঁ বেয়া পাইছিল। সকলোলৈকে আহ্বান।  

    This will close in 30 seconds