♦নলবাৰী জিলাৰ পৰা ফইজুল হক চৌধুৰীঃ
অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ বৰভাগ শাখাই সোমবাৰে অঞ্চলটোৰ বিভিন্ন স্থানত বিনামূলীয়াকৈ মাক্স বিতৰণ কৰে।
উল্লেখ্য যে, সংগঠনটোৱে কমাৰকুছি প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত কোভিড ভেকচিন লোৱা লোকসকলৰ সুবিধাৰ্থে বিভিন্ন সেৱা আগবঢ়োৱাৰ লগতে সোমবাৰে কোভিডৰ প্ৰতি লক্ষ্য ৰাখি মাস্ক বিতৰণ কৰে।
কাৰ্যসূচীত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ বৰভাগ শাখাৰ সম্পাদক ৰঞ্জন বৈশ্য, ৰাজ্যিক কাৰ্যনিৰ্বাহক সমিতিৰ সদস্য দিপাংকৰ ডেকা, বৰভাগ শাখাৰ সদস্য ক্ৰমে বেদান্ত শৰ্মা, ভাস্কৰ তালুকদাৰ,গগন বৰুৱা,হিৰন্ময় তালুকদাৰ, টুলটুল তালুকদাৰে সহযোগিতা আগবঢ়ায়।
Leave a Reply