গুৱাহাটীঃ বেলতলা ত্ৰিৱেণী মহিলা চ’ৰাৰ ৰূপালী জয়ন্তী বৰ্ষৰ লগত সংগতি ৰাখি শিশু দিৱস ১৪ নৱেম্বৰৰ পৰিবৰ্তে আগতীয়াকৈ ১০ নৱেম্বৰত অনুষ্ঠিত কৰিবলৈ ত্ৰিৱেণী মহিলা চ’ৰাই প্ৰস্তুতি চলাইছে৷ এই উপলক্ষে লুইত কোঁৱৰ ৰুদ্ৰ বৰুৱাৰ গীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে। অষ্টম শ্ৰেণীৰ পৰা দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীয়ে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব পাৰিব৷ ইচ্ছুক ছাত্ৰ-ছাত্ৰী সকলে তেওঁলোকৰ বয়স আৰু বিদ্যালয়ৰ নামসহ প্ৰমাণপত্ৰ লৈ আহিবলৈ সম্পাদিকা প্ৰীতি বৰুৱাই অনুৰোধ জনাইছে। উল্লেখ্য যে এই প্ৰতিযোগিতাখনি বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰিব তেখেতৰ জ্যেষ্ঠ পুত্ৰ প্ৰাক্তন আয়ুক্ত স্বপ্ননীল বৰুৱাই৷ সকলো ৰাইজৰ উপস্থিতি তথা সহযোগিতা চ’ৰাই আন্তৰিকতাৰে কামনা কৰিছে।
তাৰিখঃ ১০ নৱেম্বৰ ২০২৪
স্থানঃ শংকৰদেৱ নামঘৰ, দিছপুৰ লাষ্টগেট।
সময়ঃ পুৱা ৯.৪৫ বজা
যোগাযোগৰ ঠিকনাঃ ৯৮৬৪১০৫১৫৮ /
৯৯৫৭৫৩৫৮৪২ / ৮৬৩৮৭৭৩০১৫
লুইত কোঁৱৰ ৰুদ্ৰ বৰুৱাৰ গীতৰ প্ৰতিযোগিতা
Roi Roi Binale A Zubeen Garg Musical
Sorry, no results.
Please try another keyword
- Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
- Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
- JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
- FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS AUDIO CREDITS- COMPOSITION- ZUBEEN GARG LYRICS-ZUBEEN GARG MUSIC PRODUCER- ZUBEEN GARG CO-PRODUCER- NILOTPAL BORA & GAURI SHANKAR LAHON VOCALS- ZUBEEN GARG, ACHURJYA BORPATRA ACOUSTIC GUITAR- ISHANU NYLON & ELECTRIC GUITAR- PRITOM GOHAIN BARUAH BASS GUITAR- BISWAJIT CHAKRABORTY CHORUS VOICES-[...]




