Wednesday, July 30, 2025
25.7 C
Guwahati
TOP NEWS:

অবৈধ অৰুণাচলী সুৰা মুকলি বেহা শোণিতপুৰত। কুম্ভুকৰ্ণ নিদ্ৰাত শোণিতপুৰ আবকৱী বিভাগ

- Advertisement -

অবৈধ অৰুণাচলী সুৰা মুকলি বেহা শোণিতপুৰত। কুম্ভুকৰ্ণ নিদ্ৰাত শোণিতপুৰ আবকৱী বিভাগ।

 

শোণিতপুৰ ১৭ জুলাই ::

 

ৰাজ্যজুৰি নিচাযুক্ত সামগ্ৰীৰ চোৰাং বেহাৰ বিৰুদ্ধে আবকৱী, আৰক্ষীয়ে কঠোৰ অভিযান চলোৱাৰ পিচতো গা লৰা নাই একাংশ সৰবৰাহকাৰীৰ ৷ ন ন কৌশল অৱলবম্বন কৰি সৰবৰাহকাৰীয়ে অব্যাহত ৰাখিছে অবৈধ অৰুণাচলী সুৰা মুকলি বেহা যাৰ ফলত অসম চৰকাৰৰ কোটি কোটি টকাৰ ৰাজহ হেৰুৱাব লগা হৈছে। উল্লেখযোগ্য যে অৰুণাচল প্ৰদেশৰ একাংশ ৱাইনচ’পৰ পৰা গাড়ীয়ে গাড়ীয়ে অবৈধ অৰুণাচলী সুৰা শোণিতপুৰ জিলা লগতে মঙলদৈ, বৰপেটা আদি জিলালৈ দৈনিক সৰবৰাহ হোৱা অভিযোগ উঠিছে। আন এক গুৰুত্ব অভিযোগ অনুসৰি শোণিতপুৰ জিলা কাষতে লাগি থকা অৰুণাচল ভালুকপোঙ পৰা পোনে পোনে নামেৰি ৰাষ্ট্ৰীয় উদ্যানৰ পথেৰে বালিপৰা, ৰঙাপৰা হৈ শোণিতপুৰ জিলা বিভিন্ন স্থানলৈ দীৰ্ঘদিন ধৰি অবাধে সৰবৰাহ কৰি আহিছে অবৈধ অৰুণাচলী সুৰা । আনহাতে এক অভিযোগ অনুসৰি এই অৰুণাচলী সুৰা সমূহ কোনো কোনো সুৰ বেপাৰীয়ে সম্পূৰ্ণ অৰুণাচলী সুৰা ব্ৰেণ্ডেড লেবেল সলনি কৰি অসমৰ ব্ৰেণ্ডেড লেবেল লগাই অসমৰ একাংশ ৱাইন চ’পত যোগান ধৰি এক কলা বেহা চলাই অহা তথ্য পোহৰলৈ আহিছে। কিন্তু দীৰ্ঘদিন ধলি ৰঙাপৰা বালিপৰা হৈ ৰাজ্য বিভিন্ন স্থানলৈ অৰুণাচলী সুৰা সৰবৰাহ হৈ আহিছে যদিও শোণিতপুৰ জিলা আবকৱী,ৰঙাপৰা আবকৱী বিভাগৰ বিষয়া সকলে মৌনতা অৱলবল্বন কৰা অভিযোগ উঠিছে।

Hot this week

কোন হ’ব বিহালীত পৰৱৰ্তী বিধায়ক ? দিগন্ত ঘাটোৱালৰ আসন কোনে দখল কৰিব :

কোন হ’ব বিহালীত পৰৱৰ্তী বিধায়ক ? দিগন্ত ঘাটোৱালৰ আসন...

Bajaj Finance’s Financial Literacy initiative ‘Arthsutra Samvad’ Reaches Assam’s Heartland

  The Pan-India Financial Literacy programme aims to promote...

Let’s Break It Down this World Hepatitis Day

Guwahati, July 28, 2025: Marking World Hepatitis Day on...

Topics

Let’s Break It Down this World Hepatitis Day

Guwahati, July 28, 2025: Marking World Hepatitis Day on...

কোন হ’ব বিহালীত পৰৱৰ্তী বিধায়ক ? দিগন্ত ঘাটোৱালৰ আসন কোনে দখল কৰিব :

কোন হ’ব বিহালীত পৰৱৰ্তী বিধায়ক ? দিগন্ত ঘাটোৱালৰ আসন...

সুভাংশু শুক্লাসহ অন্য ৩ গৰাকী মহাকাশচাৰীৰ পৃথিৱী অভিমুখে ওভতনি যাত্রা

AXIOM-4 অভিযানৰ সুভাংশু শুক্লাসহ অন্য ৩ গৰাকী মহাকাশচাৰীৰ পৃথিৱী...

Samsung India Begins Pre Orders for Galaxy Z Fold7, Galaxy Z Flip7 – The Most Advanced Galaxy Z series yet

New Delhi, July 14, 2025: Samsung, India’s largest consumer electronics...

Related Articles

Popular Categories

Assam
broken clouds
24.7 ° C
24.7 °
24.7 °
93 %
2.3kmh
53 %
Wed
33 °
Thu
34 °
Fri
33 °
Sat
32 °
Sun
30 °