21 C
Guwahati
Monday, May 17, 2021

Buy now

🗳️ জনাদেশ-২০২১ 🗳️

নাজিৰা সমষ্টিৰ বিজেপি দলৰ মাজত টিকটক লৈ বিভাজন

  • নাজিৰা সমষ্টিৰ বিজেপি দলৰ মাজত টিকটক লৈ বিভাজন
  • বাগানে বাগানে চলিছে বিজেপি বিৰোধী প্ৰতিবাদ

♦শিৱসাগৰ নাজিৰাৰ পৰা পাৰ্থ প্ৰতিম বৰুৱা,অসম খবৰঃ প্ৰহ্লাদ গোৱালাই টিকট নোপোৱাৰ বাবে ক্ষোভিত হৈ প্ৰতিবাদত নামি পৰিছে চাহ জনগোষ্ঠীলোকৰ লগতে আটছা স্বতন্ত্ৰ, অসম চাহ মজদুৰ সংঘ। যিহেতু যোৱাটো নিৰ্বাচনত নাজিৰা সমষ্টিত প্ৰতিদ্বন্দিতা আগবঢ়াই প্ৰহ্লাদ গোৱালা বিফল হৈছিল যদিও কংগ্ৰেছ দলৰ দেৱব্ৰত শইকীয়াক তীব্ৰ প্ৰত্যাহ্বান জনাইছিল কিন্তু এইবাৰ বিজেপি দলে লবিকেন্দ্ৰিক ৰাজনীতি কৰি প্ৰহ্লাদ গোৱালাৰ গণভিত্তি আৰু দক্ষতাক অৱহেলা কৰি ময়ূৰ বৰগোহাঁইক টিকত প্ৰদান কৰা বাবে প্ৰহ্লাদ গোৱালাৰ অনুগামীসকলে আৱেগিক হৈ বিজেপি দলক ভোট বৰ্জন কৰিব বুলি জানিবলৈ দিয়ে।

Related News @ Articles

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Stay Connected

21,961FansLike
2,766FollowersFollow
275SubscribersSubscribe
- Advertisement - spot_img

Latest Articles & News

Assembly Election 2021 Poll@ LIVE
error: Content is protected !!