গুৱাহাটীত তৃণমূল কংগ্ৰেছৰ প্ৰতিবাদ মূল্য বৃদ্ধি বিৰুদ্ধে :
টোলকৰ, বিদ্যুৎ মাচুল, পৌৰকৰ আৰু ঔষধকে ধৰি সকলো সামগ্ৰীৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদত অসম তৃণমূল কংগ্ৰেছৰ ‘দিছপুৰ চলো’ কাৰ্যসূচী স্তব্ধ কৰিবলৈ ড° হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ নিৰ্দেশত জপিয়াই পৰিল আজি অসম আৰক্ষী। গণতান্ত্ৰিক প্ৰতিবাদৰ ভাষা শুনিব নোখোজা চৰকাৰক ধিক্কাৰ দিছে তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই
Leave a Reply