শিল্পী আচুৰ্য বৰপাত্ৰ ৰাজনীতি দলত যোগদান কৰা বাতৰি ভূৱা নিজৰ ফেচবুক পেজত শিল্পী গৰাকীয়ে এই দৰে স্পষ্টীকৰণ দিয়ে ।
■■ মই কোনো ৰাজনৈতিক দলত যোগদান কৰাৰ কথা সম্পূৰ্ণ ভিত্তিহীন।
■■ মোক গানৰ আচুৰ্য বৰপাত্ৰ হৈয়ে থাকিবলৈ দিয়ক। মোৰ সিদ্ধান্ত মই নিজে নজনাকৈয়ে ৰাইজৰ মাজত কৈ খোকোজা নলগাব।
■■ৰাইজৰ প্ৰতি মোৰ শ্ৰদ্ধা আছে। ৰাইজে মোৰ গানক দিয়া মৰমৰ ওচৰত মই চিৰকৃতজ্ঞ।
◆◆ অনুগ্ৰহ কৰি ভুল কথাবোৰক প্ৰচাৰ নকৰিব।
কাতৰ অনুৰোধ।
■■গানৰ হৈ থাকিবলৈ দিয়ক।
Leave a Reply