বটদ্ৰৱা আৰক্ষী থানা জ্বলাই দিয়া অপৰাধীৰ বাসগৃহ উচ্ছেদ

এতিয়াও উত্তেজনা মাৰ যোৱা নাই বটদ্ৰৱাত ৷ থানা জ্বলোৱা ঘটনাত জড়িত থকাৰ সন্দেহ কৰা পৰিয়ালৰ বাসগৃহ উচ্ছেদ কৰিলে আৰক্ষী-প্ৰশাসনে। ইতিমধ্যে ঘটনা সন্দৰ্ভত কেইবাজনো লোকক আটক কৰিছে নগাঁও আৰক্ষীয়ে ৷ বটদ্ৰৱাৰ ছালনাবড়িৰ ছফিকুল ইছলাম নামৰ এজন যুৱকৰ মৃত্যুক কেন্দ্ৰ কৰিয়েই সৃষ্টি হৈছিল এই লংকা কাণ্ড ।

অভিযোগ অনুসৰি মৃত যুৱকজনৰ পৰিয়ালৰ লোকৰ লগতে একাংশ উদণ্ড লোকে জ্বলাই দিছিল আৰক্ষী থানা ।

Be the first to comment

Leave a Reply

Your email address will not be published.


*