বিহালী ৰাংছালী দলনিত পৰিভ্ৰমী পক্ষী দুস্কৃতিকাৰীৰ কবলত/ তিনিজন পক্ষী নিধনকাৰীক আটক 

বিহালী ৰাংছালী দলনিত পৰিভ্ৰমী পক্ষী দুস্কৃতিকাৰীৰ কবলত/ তিনিজন পক্ষী নিধনকাৰীক আটক  অসম খবৰ বিশ্বনাথ ১৩ মাৰ্চ এতিয়া পৰিভ্ৰমী পক্ষীৰ ভ্ৰমণৰ সময় । মাৰ্চ-এপ্ৰিল মাহত দেশ-বিদেশৰ […]

ওদালগুৰিত বি পি এফৰ বিশাল নিৰ্বাচনী সভা

■ ইউপিপিএল এ বিটিচিক আই চি ইউত ৰাখিছে! কোনো শক্তিয়ে আমাক পৰাভূত কৰিব নোৱাৰে: হাগ্ৰামা ওদালগুৰিৰ পৰা চিন্ময় ডেকা: কোনো শক্তিয়ে আমাক পৰাভূত কৰিব নোৱাৰে।কোকৰাঝাৰ […]

২০১৪ চনৰ পাছত ৰাজ্যত প্ৰৱেশ কৰা এগৰাকী ব্যক্তিয়েও নাগৰিকত্ব লাভ নকৰেঃ মুখ্যমন্ত্রী

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই ২০১৪ চনৰ পাছত ৰাজ্যত প্ৰৱেশ কৰা এগৰাকী ব্যক্তিয়েও নাগৰিকত্ব লাভ নকৰে বুলি স্পষ্ট কৰি দিছে। শিৱসাগৰত আজি পুৱা সাংবাদিকৰ সৈতে […]

সমাজসেৱক তথা যুৱ লেখক মুন শৰ্মাৰ সত্ৰ পৰিদৰ্শন

■ মনীষা শৰ্মা, গুৱাহাটী: যোৱা ৩ মাৰ্চৰ দিনা সমাজসেৱক তথা যুৱ লেখক মুন শৰ্মাই কোচবিহাৰলৈ গৈ ৫ খন সত্ৰ পৰিদৰ্শন কৰে৷ কোচবিহাৰৰ মধুপুৰ সত্ৰকে ধৰি […]

গণ সচেতনতাৰ লক্ষ্যৰে মহানমহানগৰীত নিৰ্বাক গোষ্ঠীৰ সচেতনতা মূলক চাইকেল যাত্ৰা

◊ গুৱাহাটীৰ পৰা সংবাদদাতা, মনীষা শৰ্মাঃ মূকাভিনয়ৰ জৰিয়তে ‘নিৰ্বাক’ গোষ্ঠীয়ে আজি মহানগৰীত গ্ৰহন কৰে এক ব্যতিক্ৰমী পদক্ষেপ। গোষ্ঠীটোৱে আজি ব্যতিক্ৰমী শৈলীৰে MIME ON CYCLE শীৰ্ষক […]

১১ মাৰ্চ অসমীয়া জাতিৰ বাবে এটা ক’লা দিনঃ ডা৹ ভবেন চৌধুৰী

অসমীয়া ভাষা-সংস্কৃতি বিজেপিয়ে নিঃশেষ কৰিবলৈ অপচেষ্টা চলাইছেঃ ৰাজেশ শৰ্মা ‘কা’ বাতিলকৰণৰ বাবে মাত মাতি যাব আম আদমি পাৰ্টীয়ে গুৱাহাটীঃ অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ পৃথক পৰিস্থিতিৰ প্ৰতি […]

দীৰ্ঘদিনীয়া অপেক্ষাৰ অন্তঃ নাগৰিকত্ব সংশোধনী আইন সন্দৰ্ভত অধিসূচনা কেন্দ্ৰৰ

◊ বিগত প্ৰায় কেইবাটাও বছৰ ধৰি বিভিন্ন জল্পনা-কল্পনাৰ অন্তত আজি কেন্দ্ৰীয় চৰকাৰে নাগৰিকত্ব সংশোধনী আইন সন্দৰ্ভত অধিসূচনা জাৰি কৰে। অধিসূচনা জাৰি কৰাৰ লগে লগে দেশজুৰি […]