● THE APOTHEOSIS OF BEELZEBUB ৷

● THE APOTHEOSIS OF BEELZEBUB ৷ অনুবাদ ৰাজশ্ৰী সেনাপতি গগৈ এঞ্জেলা কোষ্টাৰ দুটা ইংৰাজী কবিতা অসমীয়ালৈ অনুবাদ কৰে ৰাজশ্ৰী সেনাপতি গগৈয়ে। এঞ্জেলা কোষ্টা এগৰাকী অনুবাদক, […]

লোকসভা নিৰ্বাচনৰ বাবে প্ৰশিক্ষণৰ লগতে ভোটাৰ সজাগতা অভিযান

♦ ৰাজ্যত ৩টা পৰ্যায়ত হ’বলগীয়া লোকসভা নিৰ্বাচনৰ বাবে জিলা প্ৰশাসনসমূহে তৎপৰতা গ্ৰহণ কৰিছে। গোলাঘাট জিলাৰ নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ত কাজিৰঙা লোকসভা সমষ্টিৰ বাবে মনোনয়ন পত্র দাখিল […]

No Image

অসমৰ ৪ জিলাত সশস্ত্র বাহিনীৰ বিশেষ ক্ষমতা আইন(ASFPA)ৰ ম্যাদ ছমাহলৈ বৃদ্ধি

♦ কেন্দ্ৰীয় চৰকাৰে অসমৰ ৪খন জিলাত সশস্ত্র বাহিনীৰ বিশেষ ক্ষমতা আইনৰ ম্যাদ ছমাহলৈ বৃদ্ধি কৰিছে। অহা ১ এপ্ৰিলৰ পৰা ছমাহলৈ অশান্ত অঞ্চল হিচাপে চিহ্নিত কৰা […]

ফণীভূষণ চৌধুৰীক বিৰোধী দলৰ নেতৃত্বও ভাল পাই

ঘগ্ৰাপাৰৰ পৰা ফইজুল হক চৌধুৰীঃ ফণীভূষণ চৌধুৰীক বিৰোধী দলৰ নেতৃত্বও ভাল পাই। তেওঁক বেয়া পোৱা মানুহ নাই। বৰপেটা লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থীগৰাকীক মানুহে চিনিয়ে নাপাই। […]

সমাজ হিতৈষী ভগৱান চন্দ্র মজুমদাৰ আৰু নাট্য সম্রাট চন্দ্ৰ চৌধুৰীৰ সোঁৱৰণত মঘাই-মোহন বঁটা- ২৩ প্ৰদান

সংবাদ দাতা, মনীষা শৰ্মাঃ  ঐতিহ্য অবিহনে এটা জাতি জীয়াই থাকিব নোৱাৰে। লোককৃষ্টিৰ শিপাৰ জৰিয়তে জাতি এটাই কলা-সংস্কৃতিৰ দিশত আগুৱাই যাবলৈ সক্ষম হয়। অসমৰ কলা-কৃষ্টি আৰু […]

নলবাৰীৰ আইনুলৰ উপযুক্ত চিকিৎসাৰ বাবে প্ৰয়োজন আপোনাৰ মোৰ অকণমান সহায়

শাৰীৰিকভাৱে অক্ষম আইনুলৰ সম্পূৰ্ণ বিকল হৈ পৰা ভিৰিখন সুস্থ কৰি তুলিবলৈ প্ৰয়োজন উপযুক্ত চিকিৎসাৰ শুকুৰবাৰে নলবাৰীৰ হৰিপুৰত হোৱা ভয়ংকৰ দুৰ্ঘটনাই আইনুলৰ জীৱনলৈ নমাই আনে ঘোৰ […]

সংকল্পিত সদৌ অসম ভাওনা মহোৎসৱৰ কেন্দ্ৰীয় সমিতি গঠন

সংবাদ দাতা, মনীষা শৰ্মাঃ সংকল্পিত সদৌ অসম ভাওনা মহোৎসৱৰ নতুন কেন্দ্ৰীয় সমিতি খন অলপতে দিছপুৰ মহাবিদ্যালয়ৰ প্ৰাংগনত অনুষ্ঠিত সাধাৰণ সভাৰ জৰিয়তে নিৰ্ণয় কৰা হয়। মাজুলীৰ […]

বিজেপি আৰু সাৰথ ৰেড্ডীক ইডিৰ তদন্তৰ আওঁতালৈ অনাৰ দাবী আপৰ

◊ ইডি, চি বি আই, আৰক্ষীৰ ক্ষমতা অপপ্ৰয়োগ কৰি আপৰ গতি ৰোধ কৰিব বিচাৰিছে চৰকাৰে ◊ আপৰ কাৰ্যালয়ত আৰক্ষী মোতায়েনৰ বিৰুদ্ধেও সৰৱ আপ, অসমৰ জ্যেষ্ঠ […]

কেজৰিৱালক গ্ৰেপ্তাৰৰ প্ৰতিবাদত প্ৰতিবাদী কাৰ্যসূচী

শুক্ৰবাৰে সন্ধিয়া ৬-৩০ বজাত ছয়মাইলস্থিত অভাৰব্ৰীজৰ তলত আপ অসমৰ এটা দলে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰৰ প্ৰতিবাদত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে।

শব্দ বৰষা : অসমীয়া কণ্ঠ সংশ্লেষক (Assamese Voice Synthesizer)

শব্দ বৰষা : অসমীয়া কণ্ঠ সংশ্লেষক (Assamese Voice Synthesizer) মাননীয় সম্পাদক মহোদয়,       অসমীয়া ভাষা আৰু সাহিত্যৰ বাবে এটা ভাল খবৰ যে ‘শব্দ ডট অৰ্গ […]