নলবাৰীত বজ্ৰপাত পৰি মহিলাৰ কৰুণ মৃত্যু

■ ভূঁই ৰুই থাকোঁতে সংঘটিত হৈছে এই হৃদয় বিদাৰক ঘটনা ■ নলবাৰী জিলাৰ পূব-কালাগুচিৰ জাহা-চৰিয়া গাঁও পঞ্চায়তৰ অন্তৰ্গত চৰিয়াত বজ্ৰপাত পৰি এগৰাকী ২৮ বছৰীয়া মহিলা […]

নলবাৰীৰ কৈঠালকুছিত ছাত্ৰ নিৰুদ্দেশৰ ঘটনা

■ নলবাৰী জিলাৰ কৈঠালকুছিৰ এগৰাকী ২০ বছৰীয়া ছাত্র সন্ধানহীনৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। কৈঠালকুছি গাওঁৰ পেছাত হস্তশিল্পী হৰিপদ হালৈৰ পুত্ৰ হিমাংশু হালৈ ২০ মেৰ পৰা […]

নলবাৰীত ‘জল জীৱন মিছন’ৰ অধীনত বিশুদ্ধ খোৱাপানীৰ সক্ৰিয় গ্ৰাম্য গৃহ সংযোগ আনুষ্ঠানিকভাৱে শুভাৰম্ভ

■ ভাৰত চৰকাৰে আগন্তুক ২০২৪ চনৰ সময় সীমাৰ ভিতৰত দেশৰ গ্ৰাম্যাঞ্চলৰ প্ৰতিগৰাকী নাগৰিকৰ ঘৰে ঘৰে বিশুদ্ধ আৰু পৰ্য্যাপ্ত খোৱা পানী উপলবদ্ধ কৰাৰ পৰিকল্পনাৰে জনস্বাস্থ্য কাৰিকৰী […]

নলবাৰী জিলাৰ এগৰাকী ব্যতিক্ৰমী যুৱকৰ ব্যতিক্ৰমী প্ৰয়াস

♥ নলবাৰী জিলাৰ এগৰাকী ব্যতিক্ৰমী যুৱক, নাম নাছিকুৰ ৰহমান। মানৱদৰদী যুৱক নাছিকুৰ ৰহমানে নিজৰ গাঁঠিৰ ধন ভাঙি ৰাইজৰ বাবে ওলাই আহিছে। তেওঁৰ কৰ্মই তেওঁৰ পৰিচয়। […]

নলবাৰীত শিক্ষা মন্ত্ৰী ৰণোজ পেগু

♦ আজি নলবাৰীত উপস্থিত হ’ল শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু। কাইলৈ ঘোষিত হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল। হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ পূৰ্বেই আজি নলবাৰীত […]

নলবাৰীৰ দেহাৰকুছি মনসা পীঠ আৰু বৰখালা ঠাকুৰাণী থানত বাতিল ৰাজহুৱা শ্ৰীশ্ৰীনাগ পঞ্চমী পূজা

♦অনুষ্টুপীয়াকৈ অনুষ্ঠিত কৰা হ’ল শ্ৰীশ্ৰীনাগ পঞ্চমী পূজা| নলবাৰী জিলাৰ দেহাৰকুছি মনসা পীঠ আৰু বৰখালা ঠাকুৰাণী থানত ৰাজহুৱা শ্ৰীশ্ৰীনাগ পঞ্চমী পুজা বাতিল কৰি অনুষ্টুপীয়াকৈ অনুষ্ঠিত কৰা […]

মিজো সীমান্তত শ্বহীদ আৰক্ষী জোৱান সকলক শ্ৰদ্ধাঞ্জলি জনাই ৰাজ্য চৰকাৰক ধিক্কাৰ নলবাৰী জিলা যুৱ কংগ্ৰেছৰ

মিজো সীমান্তত শ্বহীদ আৰক্ষী জোৱান সকলক শ্ৰদ্ধাঞ্জলি জনাই ৰাজ্য চৰকাৰক ধিক্কাৰ প্ৰতিবাদেৰে উত্তাল প্ৰতিবাদ নলবাৰী জিলা যুৱ কংগ্ৰেছৰ। আজি নলবাৰী জিলা কংগ্ৰেছ, ইয়ং বিগ্ৰেদ আৰু […]

লাইলাপুৰৰ ঘটনাৰ বিৰুদ্ধে নলবাৰীত অসম জাতীয়তাবাদী যুৱ ছাত্র পৰিষদৰ প্ৰতিকৃতি দাহ কাৰ্যসূচী

♦অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ নলবাৰী জিলা সমিতিৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ। নলবাৰী চহৰৰ জৈন মন্দিৰ চকত আজি সংগঠটোৱে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ প্ৰতিকৃতি দাহ কৰে। অসম […]

চৰকাৰ, গড়কাপ্তানি বিভাগৰ ওপৰত আস্থা হেৰুৱাই নলবাৰীৰ খাতিকুছিত ৰাইজে বনালে বাহৰ দলং

♦ৰাজ্যৰ বিয়াগোমগড়কাপ্তানি বিভাগৰ দায়িত্বজ্ঞানহীনতাৰ বাবেই নলবাৰীৰ এটা বৃহৎ অঞ্চলৰ ৰাইজে দীৰ্ঘবছৰে ভূগি আহিছে নৰক যন্ত্ৰনাত। ♦ জিলাখনৰ ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ অধীনৰ সোনকুৰিহাত নোনা নৈৰ ওপৰত […]

নলবাৰীত অঙ্গনৱাড়ী কৰ্মী আৰু সহায়িকাৰ ধৰ্না

■ সমগ্ৰ ৰাজ্য ৰ লগতে নলবাৰীতো অসম ৰাজ্যিক অঙ্গনৱাড়ী কৰ্মী আৰু সহায়িকা সন্থা, নলবাৰী প্ৰকল্প কমিটিয়ে আই চি ডি এছ শিতানত ৰাজ্য চৰকাৰৰ বিশেষ বাজেট […]