31.3 C
Guwahati
Tuesday, November 11, 2025
More

    শেহতীয়া আপডেটঃ

    কিহৰ ক্ষোভত ভোটাৰ নাহিল ভোট কেন্দ্ৰলৈ:: কেৱল ৫৮% ভোটাৰহে আহিল ভোট প্ৰদানৰ কৰিবলৈ বিহালী সমষ্টিত::

    কিহৰ ক্ষোভত ভোটাৰ নাহিল ভোট কেন্দ্ৰলৈ:: কেৱল ৫৮% ভোটাৰহে আহিল ভোট প্ৰদানৰ কৰিবলৈ বিহালী সমষ্টিত::

    সুৰজিৎ দাস নিউজ ডেস্ক সম্পাদক 

    গণতন্ত্ৰৰ সৰ্ববৃহৎ উৎসৱ নিৰ্বাচন। বিশ্বৰ সৰ্ববৃহৎ গণতন্ত্ৰৰ সৰ্ববৃহৎ নিৰ্বাচন। আজি দেশৰ ১৮ সংখ্যক লোক সভা নিৰ্বাচন
    প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ। সমগ্র দেশতেই ১০২ টা সমষ্টিত অনুষ্ঠিত হৈছে প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণ। ২১ খন ৰাজ্য, কেন্দ্ৰীয় শাসিত অঞ্চলত অনুষ্ঠিত হৈছে এক লোকসভা নিৰ্বাচন।


    শুক্ৰবাৰে অসমতো আৰম্ভ হৈছে লোকসভা ভোটদান প্ৰতিক্ৰিয়া। শুক্ৰবাৰে পুৱা ৭ বজাৰ পৰা ৰাজ্যৰ ৫ টা সংসদীয় সমষ্টিত আৰম্ভ হৈছে নিৰ্বাচন।
    ইফালে এই ৫ টা সংসদীয় সমষ্টিৰ ভোটদানৰ হাৰ আন সমষ্টিৰ তুলনাত ১১ নং শোণিতপুৰ লোক সভা সংসদীয় সমষ্টিত বিগত নিৰ্বাচনৰ তুলনাত কম সংখ্যক ভোটাৰ উপস্থিত থাকে । ১১ নং সংসদীয় সমষ্টিটোৰ ৯ টা বিধান সভা সমষ্টিৰ তুলনাত আটাইতকৈ কম সংখ্যক লোকে শুক্ৰবাৰে ভোটদান কৰাক কেন্দ্ৰ কৰি তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে সমষ্টিটোত। অসম খবৰ’ৰ এক অভিযানত পোহৰলৈ অহা তথ্য অনুসৰি কা’ৰ প্ৰতি থকা অসমবাসীৰ শোভৰ ফলস্বৰূপে ভোটাৰ সকল অহা নাই ভোট প্ৰদানৰ বাবে ।


    আনহাতে ১১ নং শোণিতপুৰ লোকসভা সমষ্টিৰ অন্তৰ্গত বিহালীত কেৱল মাত্ৰ ৫৮ % লোকে হে ভোট প্ৰদান কৰে। সৰ্বাধিক ভোটত জয়ৰ আশা আছে বুলি প্ৰকাশ কৰা ৰঞ্জিত দত্তৰ নিজৰ সমষ্টিতে ভোটাৰৰ এই অৱনতিয়ে নিশ্চয়কৈ প্ৰভাৱ পেলাইছে। ইফালে তিনিবাৰকৈ, অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্বশৰ্মায়ে নিৰ্বাচনি প্ৰচাৰৰ বাবে আহিছিল সমষ্টিটোলৈ। ইয়াৰ ফলস্বৰূপে দেশত গণতন্ত্ৰত আস্থা ৰখা নাগৰিকৰ সংখ্যাও অৱনমিত হৈছে বুলি ধাৰণা কৰিব পৰা গৈছে।

    বিহালী সমষ্টিৰ ভোটাৰ ক্ষোভ আচলতে কা’ৰ ওপৰত ক্ষোভ নে গণতন্ত্ৰৰ ওপৰত বিশ্বাস নোহোৱা হ’ল এই তথ্য শুক্ৰবাৰে অনুষ্ঠিত হোৱা লোক সভা নিৰ্বাচনৰ।        ভোটদানৰ হাৰে আন এক ইংগিত বহন কৰে
    বিগত বৰ্ষৰ তুলনাত এই বাৰ ভোটাৰ সংখ্যা বৃদ্ধি হৈছে যদিও ২০১৯ বৰ্ষৰ শোণিতপুৰ লোক সভাৰ সমষ্টিটোত ৭৯% ভোট পুল হৈছিল যদিও এইবাৰ মাত্ৰ ৫৯ শতাংশ সীমাবদ্ধ থাকিব। সমষ্টিটোতৰ ১৫৫৭৬০ টা ভোটাৰ থকা সমষ্টিটো ১৭৬ টা ভোট কেন্দ্ৰত শুক্ৰবাৰে ভোটদান প্ৰক্ৰিয়া হৈছিল যদিও পূৰ্বৰ তুলনাত ভোটাৰ ৰাইজৰ সহাৰি অতি কম।

                প্ৰেমলাল গঞ্জু কংগ্ৰেছৰ প্ৰাৰ্থী
    আচলতে কি কাৰণত এই ভোটাৰ হাৰ কম হল তাক লৈ চলোৱা ইটিভিভাৰত অসমৰ অভিযানৰ।তথ্য অনুসৰি বিহালী সমষ্টিৰ চাহ বাগিচাৰ অঞ্চলৰ অধিকাংশ লোক এইবাৰ ভোটদানত সহায় সহযোগিতা কৰা দেখা নগল । আনহাতে এই ভোট দানৰ হাৰ হ্ৰাস হোৱাৰ অন্য এক কাৰণ হব পাৰে বহু বিহালী সমষ্টিৰ ভোটাৰ বহি ৰাজ্যত কৰ্মৰত, যাৰ ফলত এই ভোটাৰ হাৰ কমিছে বুলি উল্লেখ কৰে।কিন্তু একাংশ মতে গণতন্ত্ৰৰ ওপৰত আস্থা বিশ্বাস নোহোৱা বাবে ভোট দিবলৈ ভোট কেন্দ্ৰলৈ অহা নাই ভোটাৰ সকল।

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
    • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
    • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS AUDIO CREDITS- COMPOSITION- ZUBEEN GARG LYRICS-ZUBEEN GARG MUSIC PRODUCER- ZUBEEN GARG CO-PRODUCER- NILOTPAL BORA & GAURI SHANKAR LAHON VOCALS- ZUBEEN GARG, ACHURJYA BORPATRA ACOUSTIC GUITAR- ISHANU NYLON & ELECTRIC GUITAR- PRITOM GOHAIN BARUAH BASS GUITAR- BISWAJIT CHAKRABORTY CHORUS VOICES-[...]

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    NOTICE ROI ROI BINALE Film

    •   আবেগ-অনুভূতিত কোনেও যাতে চিনেমাখনৰ ভিডিঅ' ১ ছেকেণ্ডো যাতে আপলোড নকৰে। আনকি ফটোও।  

    •   ট্ৰেলাৰটো ইতিমধ্যে দেখিছেই সকলোৱে। এই কাম নকৰিব। কিয়নো যি কাম তেওঁ বেয়া পাইছিল। সকলোলৈকে আহ্বান।  

    This will close in 30 seconds