31.3 C
Guwahati
Monday, November 10, 2025
More

    শেহতীয়া আপডেটঃ

    ⭕যিকোনো মুহূৰ্ততে পুনৰ গ্ৰেপ্তাৰ হ’ব পাৰে মডেল ৰাজকন্যা বৰুৱা

    ⚫শুকুৰবাৰে নিশা মহানগৰীত সংঘটিত হোৱা পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰি এতিয়াও প্ৰতিক্ৰিয়া অব্যাহত আছে।ৰ্ঘটনা সংঘটিত কৰা মডেল ৰাজকন্যা বৰুৱাক যিকোনো মুহূৰ্ততে পুনৰ গ্ৰেপ্তাৰ কৰা হ’ব পাৰে।

    ⚫আৰক্ষীৰ দুৰ্বল ভূমিকা তথা উপযুক্ত গোচৰত ৰাজকন্যাক অভিযুক্ত নকৰাৰ বাবেই তেওঁ জামিন লাভ কৰা বুলি চৰ্চা চলিছিল।

    ⚫মুখ্যমন্ত্ৰীৰ হস্তক্ষেপৰ পাছতে ৰাজকন্যা আৰু দুৰ্বল গোচৰেৰে জামিন দিয়াত সহায় কৰা আৰক্ষী বিষয়া শলঠেকত পৰাটো নিশ্চিত হৈছে।

    ⚫ৰাজকন্যাক জামিন লাভৰ সুবিধা কৰি দিয়া আৰক্ষী বিষয়াৰ বিৰুদ্ধে তদন্ত কৰা হ’ব বুলি প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।

    ⚫ইতিমধ্যে, দোষী আৰক্ষী বিষয়াৰ বিৰুদ্ধে তদন্তৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰীয়ে।

    ⚫আনহাতে, ৰাজকন্যাই সংঘটিত কৰা দুৰ্ঘটনাত যোচেফ নামৰ এজন শ্ৰমিকে দুয়োটা ভৰি হেৰুৱাবলগীয়া হ’ল।চিকিৎসকে কাটিব লগা হ’ল বাওঁ ভৰিখনো৷

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
    • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
    • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS AUDIO CREDITS- COMPOSITION- ZUBEEN GARG LYRICS-ZUBEEN GARG MUSIC PRODUCER- ZUBEEN GARG CO-PRODUCER- NILOTPAL BORA & GAURI SHANKAR LAHON VOCALS- ZUBEEN GARG, ACHURJYA BORPATRA ACOUSTIC GUITAR- ISHANU NYLON & ELECTRIC GUITAR- PRITOM GOHAIN BARUAH BASS GUITAR- BISWAJIT CHAKRABORTY CHORUS VOICES-[...]

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    NOTICE ROI ROI BINALE Film

    •   আবেগ-অনুভূতিত কোনেও যাতে চিনেমাখনৰ ভিডিঅ' ১ ছেকেণ্ডো যাতে আপলোড নকৰে। আনকি ফটোও।  

    •   ট্ৰেলাৰটো ইতিমধ্যে দেখিছেই সকলোৱে। এই কাম নকৰিব। কিয়নো যি কাম তেওঁ বেয়া পাইছিল। সকলোলৈকে আহ্বান।  

    This will close in 30 seconds