31.3 C
Guwahati
Tuesday, October 21, 2025
More

    শেহতীয়া আপডেটঃ

    ৰাজ্যত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত জিলা পৰিষদ পৰ্যায়ত ৫৯৪টা আৰু উন্নয়ন খণ্ড পর্যায়ত ২,৭১০টা পদ খালী হৈ আছে

    ৰাজ্যত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত জিলা পৰিষদ পৰ্যায়ত ৫৯৪টা আৰু উন্নয়ন খণ্ড পর্যায়ত ২,৭১০টা পদ খালী হৈ আছে। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী ৰণজিৎ‍ কুমাৰ দাসে আজি বিধানসভাত বিধায়ক জাকিৰ হুছেইন সিকদাৰৰ এটা প্ৰশ্নৰ উত্তৰত এই কথা প্ৰকাশ কৰে। তেওঁ কয়, যে খালী হৈ থকা পদসমূহ প্ৰয়োজন সাপেক্ষে পূৰণ কৰাৰ লগতে পৰ্যায়ক্রমে পদোন্নতিৰ ব্যৱস্থা কৰা হ’ব। বিভাগটোৰ অধীনত বৰ্তমান ৭,৫৮৭ জন ঠিকাভিত্তিক কৰ্মচাৰী বিভিন্ন পৰ্যায়ত কৰ্মৰত হৈ আছে বুলিও মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে।

    মুখ্যমন্ত্ৰী নিযুত ম‍ইনা আঁচনিক লৈ বিৰোধীয়ে সমালোচনা কৰাৰ বিষয়ত অসন্তুষ্টি প্ৰকাশ কৰি ড০ শর্মাই কয়, যে এই আঁচনি ৰূপায়ণৰ ফলত স্নাতক প্রথম বর্ষত নামভর্তি কৰা কোনো এগৰাকী ছাত্ৰীয়ে আধাতে কলেজ এৰিবলগীয়া হোৱা নাই। আঁচনিখনৰ দ্বিতীয় পৰ্যায়ত ইয়াৰ সুবিধাসমূহ আৰু অধিক সম্প্ৰসাৰিত কৰা হ’ব বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। মুখ্যমন্ত্ৰীয়ে স্নাতক হোৱাৰ পাছত যুৱক-যুৱতীসকলৰ জীৱন সংগ্ৰামৰ কথা উল্লেখ কৰি কয়, যে নিয়োগৰ সন্ধানত থকা যুৱক-যুৱতীসকলক বিভিন্ন প্রতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ সময়ছোৱাত আর্থিক সকাহ প্ৰদানৰ বাবে চৰকাৰে পৰিকল্পনা লৈছে। এতিয়াৰে পৰা এনে যুৱক-যুৱতীসকলক জীৱন প্ৰেৰণা আঁচনিৰ অধীনত প্ৰতিমাহে ২,৫০০ টকাকৈ প্ৰদান কৰা হ’ব বুলি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে।

    ৰাজ্যত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত জিলা পৰিষদ পৰ্যায়ত ৫৯৪টা আৰু উন্নয়ন খণ্ড পৰ্যায়ত ২,৭১০টা পদ খালী হৈ আছে। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে আজি বিধানসভাত বিধায়ক জাকিৰ হুছেইন সিকদাৰৰ এটা প্ৰশ্নৰ উত্তৰত এই কথা প্ৰকাশ কৰে। তেওঁ কয়, যে খালী হৈ থকা পদসমূহ প্ৰয়োজন সাপেক্ষে পূৰণ কৰাৰ লগতে পর্যায়ক্রমে পদ্দোন্নতিৰ ব্যৱস্থা কৰা হ’ব। বিভাগটোৰ অধীনত বৰ্তমান ৭,৫৮৭ জন ঠিকাভিত্তিক কৰ্মচাৰী বিভিন্ন পৰ্যায়ত কৰ্মৰত হৈ আছে বুলিও মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে।

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    This will close in 0 seconds