31.3 C
Guwahati
Tuesday, October 21, 2025
More

    শেহতীয়া আপডেটঃ

    ৰঙিয়া শিৱ মন্দিৰৰ যাত্ৰী নিবাস আৰু শিৱ-দুৰ্গা ভৱন মুকলি

    ● ৰঙিয়াৰ পৰা চৈয়দ মোস্তাফা আহমেদ || আজি ৰঙিয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত ৰঙিয়া শিৱ মন্দিৰ প্ৰাংগণত অসম চৰকাৰৰ অপৰিশোধিত আঁচনিৰ অধীনত ২০১৮-১৯ বর্ষৰ দহ লাখ টকাৰ অনুদানেৰে নিৰ্মিত ৰঙিয়া শিৱ মন্দিৰৰ যাত্ৰী নিবাস আৰু শিৱ-দুৰ্গা ৰাজহুৱা ভৱনটো মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ তথা বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া আৰু ৰাজ্যসভাৰ সাংসদ ভূৱনেশ্বৰ কলিতাৰ উপস্থিতিত শুভ উদ্বোধন কৰে স্থানীয় বিধায়ক তথা মন্ত্ৰী ভৱেশ কলিতাই। এই ভৱন দুটাই আগন্তুক সময়ত ভক্ত প্ৰাণ ৰাইজৰ লগতে অন্যান্য ধৰ্মীয় অনুষ্ঠান আয়োজনত নিশ্চিতভাৱে সুবিধাজনক হ’ব বুলি আশা কৰা হৈছে। এই ভৱন দুটি মুকলিৰ শুভ মূহুৰ্তত ভক্ত প্ৰাণ ৰাইজৰ লগতে বহু সংখ্যক স্থানীয় ব্যক্তি আৰু মন্দিৰ পৰিচালনা সমিতিৰ বিষয়ববীয়া উপস্থিত থাকে।

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    This will close in 0 seconds