Monday, June 30, 2025
34.4 C
Guwahati
TOP NEWS:

ৰঙিয়া আৰক্ষীৰ কঠোৰ পদক্ষেপ

- Advertisement -

■ ৰঙিয়া: মাৰাত্মক কৰোণা মহামাৰীয়ে তীব্ৰৰূপ ধাৰণ কৰাৰ সময়তে, একাংশ অসচেতন ব্যক্তিৰ দৌৰাত্ম্যৰ বাবে ৰঙিয়া আৰক্ষীয়ে কঠোৰ ব্যৱস্থা হাতত লোৱা পৰিলক্ষিত হৈছে ,বুধবাৰে দিনটোত ৰঙিয়া চহৰৰ হৰদত্ত বিৰদত্ত ভৱনৰ সমীপত আৰক্ষীয়ে মাক্স পৰিধান নকৰা ব্যক্তি সকলৰ পৰা ১ হাজাৰ টকাকৈ জৰিমনা বিহে। সংবাদ মাধ্যমক জনোৱামতে অনাগত দিনত নিয়ম ভঙ্গ কৰা লোকসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি জানিবলৈ দিয়ে ৰঙিয়া থানাৰ বিষয়া বুদ্ধিৰাম মোক্তিয়াৰে।

উল্লেখযোগ্য যে ৰঙিয়াত প্ৰতিদিনেই কোভিড ৰোগী ধৰাত পৰি আছে,ইতিমধ্যেই ইয়াৰ সংখ্য ১০০ৰো অধিক হৈছে। বুধবাৰৰ দিনটোতো পৰীক্ষাৰ অন্তত মুঠ ৫৪ জন ব্যক্তিৰ ভিতৰত ১৯ জনৰ দেহতেই ধৰা পৰে কোভিড১৯ৰ অৱস্থিতি। এনেহেন পৰিস্থিতিত একাংশ অসচেতন ব্যক্তিৰ বাবে সমাজলৈ বিপদ অহাটো অহাটো নিশ্চিত ।

Hot this week

Scholarship Tests by Coaching Centres in Educational Institutions

Letter to the Editor:  Dear Editor,          Some coaching centres conduct...

ASSAM RIFLES TAKES OATH AGAINST DRUGS

Assam Rifles organised an anti-drug oath-taking ceremony on 26...

ডন বস্ক’ বিশ্ববিদ্যালয়ৰ উদ্যোগত অনুষ্ঠিত কেৰিয়াৰ কাউন্সেলিং ৱেবিনাৰ সফলভাৱে সম্পন্ন

শিক্ষাৰ্থীসকলে উদ্যোগ আৰু ব্যৱসায়ৰ জৰিয়তে আত্মনিৰ্ভৰশীল হৈ আনকো কৰ্মসংস্থাপন...

ASSAM RIFLES CONDUCTS MEDICAL CAMP IN MONGBUNG VILLAGE, JIRIBAM DISTRICT ON 26 JUNE 2025

Assam Rifles conducted a successful medical camp in Mongbung...

Which field of study leads to high-paying jobs quickly?

Letter to the Editor: Dear Editor,               Since 2005, I have...

Topics

Which field of study leads to high-paying jobs quickly?

Letter to the Editor: Dear Editor,               Since 2005, I have...

শিক্ষানুষ্ঠানসমূহত কোচিং চেণ্টাৰ স্কলাৰশ্বিপ টেষ্ট

সম্পাদকলৈ চিঠি: মাননীয় সম্পাদক মহোদয়,         বর্তমান কিছুমান কোচিং  চেণ্টাৰে  স্কলাৰশ্বিপ...

শিক্ষাৰ্থীৰ কেৰিয়াৰ গঠনত বাতৰি কাকতৰ ভূমিকা

ড° বুলজিৎ বুঢ়াগোহাঁই             আজিৰ যুগত কেৰিয়াৰৰ বিকল্পবোৰ বৃদ্ধি পাইছে,,...

Scholarship Tests by Coaching Centres in Educational Institutions

Letter to the Editor:  Dear Editor,          Some coaching centres conduct...

ASSAM RIFLES TAKES OATH AGAINST DRUGS

Assam Rifles organised an anti-drug oath-taking ceremony on 26...

ডন বস্ক’ বিশ্ববিদ্যালয়ৰ উদ্যোগত অনুষ্ঠিত কেৰিয়াৰ কাউন্সেলিং ৱেবিনাৰ সফলভাৱে সম্পন্ন

শিক্ষাৰ্থীসকলে উদ্যোগ আৰু ব্যৱসায়ৰ জৰিয়তে আত্মনিৰ্ভৰশীল হৈ আনকো কৰ্মসংস্থাপন...

ASSAM RIFLES CONDUCTS MEDICAL CAMP IN MONGBUNG VILLAGE, JIRIBAM DISTRICT ON 26 JUNE 2025

Assam Rifles conducted a successful medical camp in Mongbung...

Related Articles

Popular Categories

Assam
overcast clouds
31.8 ° C
31.8 °
31.8 °
76 %
3.2kmh
100 %
Mon
30 °
Tue
29 °
Wed
32 °
Thu
28 °
Fri
32 °