Thursday, June 12, 2025
30.1 C
Guwahati
TOP NEWS:

ৰঙাপৰা ৰাইজৰ বাবে বিধায়ক কৃষ্ণ কমল তাঁতীয়ে মুকলি কৰিলে  মৃত্যুঞ্জয় সেৱা

- Advertisement -
- Advertisement -
- Advertisement -
- Advertisement -

■ আজি ৰঙাপৰাত গুৰুদ্বৱাৰত শ্ৰী গুৰু সিং সভাত স্থানীয় বিধায়ক কৃষ্ণ কমল তাঁতীয়ে ৰাইজৰ সেৱাৰ বাবে মুকলি কৰিলে  মৃত্যুঞ্জয় সেৱা। দিনৰ ১ বজাত ৰঙাপৰা পৌৰ সভাৰ এম্বুলেন্স খন  ৰাইজৰ সেৱাৰ বাবে বিধায়ক কৃষ্ণ কমল তাঁতীয়ে স্থানীয় গুৰুদ্বৱাৰত শ্ৰী গুৰু সিং সভাক  প্ৰদান কৰে।

উল্লেখ্য যে ৰঙাপৰা পৌৰসভাত অচল অৱস্হাত থকা মৃত্যুঞ্জয় সেৱাৰ বাহন খনৰ মেৰামতি কৰি  ভৱিষ্যতে মহামাৰীৰ বিৰুদ্ধে যুঁজ দিবলৈ বিধায়ক তাঁতীয়ে নিকটৱর্তী গুৰুদ্বাৰা সমিতিক অৰ্পণ কৰে আৰু এই মৃত্যুঞ্জয় সেৱা সাধাৰণ ৰাইজৰ সুবিধাৰ হিতে ব্যৱহাৰপযোগী কৰিবলৈ নিৰ্দেশ দিয়ে।আজিৰ সভাত গুৰুদ্বাৰা শ্ৰী গুৰু সিং সভাৰ সভাপতি জগমিত সিং, সম্পাদক পবিন্দ্ৰ পাল সিং, বিজেপি কৰ্মকৰ্তা লগতে বহু গন্য মান্য ব্যাক্তিয়ে অংশগ্ৰহণ কৰে।

ইপিনে এসময়ৰ ছাত্ৰ নেতা তথা বিধায়ক কৃষ্ণ কমল তাঁতীয়ে নিজৰ ভাষণত কয় যে,
সেৱাই মোৰ কাৰণে ধৰ্ম, সমষ্টিৰ সামগ্ৰিক উন্নয়নৰ লক্ষ্যৰে  ৰাইজৰ কাম কাজবোৰ কেনেদৰে আগুৱাই নিব পাৰি তাৰেই পৰিকল্পনা কৰি আছোঁ বুলি উল্লেখ কৰে।ৰাইজৰ অপৰিসীম কষ্ট আৰু আশীৰ্বাদৰ বাবেই তেওঁ বিজয়ী হ’বলৈ সক্ষম হ’ল বুলি উল্লেখ কৰে। অনাগত দিনবোৰতো এনেকৈয়ে ৰাইজৰ তথা সমষ্টিটোৰ সৰ্বাংগীন উন্নয়নৰ হকে কাম কৰি যোৱাৰ বাবে সাহস আৰু প্ৰেৰণা দি যাব বুলি তেওঁ আশা প্ৰকাশ কৰে।

আজি দুপৰীয়া গুৰুদ্বাৰাত উপস্থিত হৈ বিধায়ক কৃষ্ণ কমল তাঁতীয়ে এক প্ৰাৰ্থনা সভাতো অংশগ্ৰহণ কৰে।

- Advertisement -

Hot this week

ৰাজা ৰঘুবংশীৰ হত্যাৰ অভিযোগঃ পত্নী সোনম ৰঘুবংশীসহ ৩ অভিযুক্তক গ্ৰেপ্তাৰ

ইন্দোৰৰ ৰাজা ৰঘুবংশীৰ হত্যাৰ অভিযোগত পত্নী সোনম ৰঘুবংশীসহ ৩...

ASSAM RIFLES UNDERTAKES PRO ACTIVE MEASURES TO THWART HEALTH ISSUES POST FLOODS

● Following the recent flood rescue efforts in Tripura...

মোদী চৰকাৰৰ ১১ বছৰ সম্পূৰ্ণ

নৰেন্দ্ৰ মোদী চৰকাৰৰ ১১ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে নৰেন্দ্ৰ...

ৰাজ্যসভাৰ নিৰ্বাচনৰ মনোনয়ন পত্র দাখিল

১৯ জুনত ৰাজ্যসভাৰ নিৰ্বাচনৰ বাবে বিজেপিৰ প্ৰাৰ্থী কনাড পুৰকায়স্থ...

উৎকট গৰমঃ কামৰূপ মহানগৰ জিলাৰ বিদ্যালয়সমূহৰ পাঠদানৰ সময়সূচীত সাল-সলনি

উৎকট গৰমৰ পৰিপ্ৰেক্ষিতত কামৰূপ মহানগৰ জিলাৰ বিদ্যালয়সমূহৰ পাঠদানৰ সময়...

Topics

মোদী চৰকাৰৰ ১১ বছৰ সম্পূৰ্ণ

নৰেন্দ্ৰ মোদী চৰকাৰৰ ১১ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে নৰেন্দ্ৰ...

বিজ্ঞাপনৰ বাবদ পাবলগীয়া ধন সময়মতে আদায় দিবলৈ অসম চৰকাৰক অনুৰোধ আসাম ট্রিবিউন এমপ্লইজ ইউনিয়নৰ

আসাম ট্রিবিউন এমপ্লইজ ইউনিয়নে ট্রিবিউন গোষ্ঠীৰ বৰ্তমানৰ বিত্তীয় সংকটৰ...

উৎকট গৰমঃ কামৰূপ মহানগৰ জিলাৰ বিদ্যালয়সমূহৰ পাঠদানৰ সময়সূচীত সাল-সলনি

উৎকট গৰমৰ পৰিপ্ৰেক্ষিতত কামৰূপ মহানগৰ জিলাৰ বিদ্যালয়সমূহৰ পাঠদানৰ সময়...

ASSAM RIFLES AND DRI RECOVER HEROINE WORTH ₹22.73 CRORE FROM KABUGANJ, ASSAM

In a major breakthrough Assam Rifles, in coordination with...

অসমৰ আপুৰুগীয়া সত্ৰসমূহ অসমৰ বাবে চিনাকিৰ এক অন্য নাম

‘অসমৰ আপুৰুগীয়া সত্ৰসমূহ অসমৰ বাবে চিনাকিৰ এক অন্য নাম৷...

Related Articles

Popular Categories

Assam
clear sky
26.9 ° C
26.9 °
26.9 °
88 %
1.3kmh
0 %
Thu
36 °
Fri
34 °
Sat
35 °
Sun
32 °
Mon
35 °