31.3 C
Guwahati
Tuesday, November 11, 2025
More

    শেহতীয়া আপডেটঃ

    শোণিতপুৰত  মাৰণাস্ত্ৰ উদ্ধাৰ

     

    শোণিতপুৰত  মাৰণাস্ত্ৰ উদ্ধাৰ

     

    Tezpur  15 Oct  : বিজয়া দশমীৰ দিনটোত অশুভ শক্তিৰ ওপৰত সত্য আৰু শুদ্ধৰ জয় উদযাপন কৰে ভক্তগণে ।

    সমগ্ৰ ৰাজ্যতে ৰাইজে শাৰদীয় দুৰ্গা পূজাৰ আনন্দ লভিছে ৷

    তেনে সময়তে শোণিতপুৰত আৰক্ষীয়ে এটা ০.৩২ পিষ্টল, ৬ ৰাউণ্ড সজীৱ গুলী আৰু ২ টাকৈ মেগজিন উদ্ধাৰ কৰি অপৰাধৰ বিৰুদ্ধে বিজয় পালন কৰিছে ।

    উক্ত মাৰণাস্ত্ৰ তথা আনুসংগিক সামগ্ৰী সমূহ চাৰিদুৱাৰ আৰক্ষী থানাৰ অন্তৰ্গত আকাবস্তীৰ নিৱাসী মঃ আজীমুদ্দীন আলীৰ পুত্ৰ মঃ আকাশ আলীৰ ঘৰৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে ৷

    ইয়াৰ লগতে ঘটনাৰ সৈতে জড়িত লোকজনকো আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় ।

    সম্প্ৰতি উক্ত ঘটনা সন্দৰ্ভত আইনী প্ৰক্ৰিয়া বৰ্তমান অব্যাহত আছে আছে বুলি শোণিত পুৰ জিলা আৰক্ষীয়ে টুইট যোগে জানিবলৈ দিছে ।

    উল্লেখযোগ্য যে, ৰাজ্যত উৎসৱৰ বতৰত সংঘটিত হ’ব পৰা কূটাঘাট নিয়ন্ত্ৰণৰ বাবে এইবেলিৰ দুৰ্গা পূজাৰ আগৰে পৰাই সমগ্ৰ ৰাজ্যতে আৰক্ষীয়ে বিশেষ ভূমিকা পালন কৰা দেখা গৈছিল ৷
    এনে সময়তে এতিয়া শোণিতপুৰ আৰক্ষীয়ে এইদৰে উৎসৱৰ মাজতে মাৰণাস্ত্ৰ উদ্ধাৰ কৰা কাৰ্যক সম্প্ৰতি সচেতন মহলে শলাগ লৈছে ৷

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
    • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
    • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS AUDIO CREDITS- COMPOSITION- ZUBEEN GARG LYRICS-ZUBEEN GARG MUSIC PRODUCER- ZUBEEN GARG CO-PRODUCER- NILOTPAL BORA & GAURI SHANKAR LAHON VOCALS- ZUBEEN GARG, ACHURJYA BORPATRA ACOUSTIC GUITAR- ISHANU NYLON & ELECTRIC GUITAR- PRITOM GOHAIN BARUAH BASS GUITAR- BISWAJIT CHAKRABORTY CHORUS VOICES-[...]

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    NOTICE ROI ROI BINALE Film

    •   আবেগ-অনুভূতিত কোনেও যাতে চিনেমাখনৰ ভিডিঅ' ১ ছেকেণ্ডো যাতে আপলোড নকৰে। আনকি ফটোও।  

    •   ট্ৰেলাৰটো ইতিমধ্যে দেখিছেই সকলোৱে। এই কাম নকৰিব। কিয়নো যি কাম তেওঁ বেয়া পাইছিল। সকলোলৈকে আহ্বান।  

    This will close in 30 seconds