Thursday, May 29, 2025
25 C
Guwahati
TOP NEWS:

শিৱসাগৰ মহাবিদ্যালয়লৈ ৫ কোটি টকাৰ অনুদান মুখ্যমন্ত্ৰী :

- Advertisement -
- Advertisement -
- Advertisement -
- Advertisement -

 

ঐতিহ্যমণ্ডিত শিৱসাগৰ কলেজৰ মহাৰজত জয়ন্তীৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত ড০ হিমন্ত বিশ্ব শৰ্মা :

 

ঐতিহ্যমণ্ডিত শিৱসাগৰ মহাবিদ্যালয়ৰ মহাৰজত জয়ন্তীৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত শনিবাৰে উপস্থিত থাকে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা । পদ্মধৰ চলিহা, পৰাগ চলিহা দৰে বিদ্বানৰ সপোনৰ ফচল কলেজখনে বিগত ৭৫ বছৰ ধৰি মানৱ সম্পদ সৃষ্টিৰে সমাজক সমৃদ্ধ কৰি আহিছে। এই গৌৰৱময় ক্ষণত কলেজ পৰিয়ালৰ প্ৰত্যেকলৈ শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰে মুখ্যমন্ত্ৰীয়ে।

কলেজখনৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে অসম চৰকাৰৰ তৰফৰ পৰা ৫ কোটি টকাৰ অনুদান ঘোষণা কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে।
লগতে কয় এই ঘোষণা কৰিবলৈ পাই নিজকে সুখী অনুভৱ কৰিছোঁ।

কলেজ পৰিচালনা সমিতিৰ সৈতে আলোচনা মর্মে অহা তিনি বছৰৰ ভিতৰত মহাবিদ্যালয় খনক বিশ্ববিদ্যালয় পৰ্যায়লৈ উন্নীত কৰাৰ বাবে যাৱতীয় প্ৰস্তুতি আৰম্ভ কৰিবলৈ সতীর্থ বিভাগীয় মন্ত্রী ডাঃ ৰণোজ পেগুক দায়িত্ব অৰ্পণ কৰে মুখ্যমন্ত্ৰীয়ে।
এই অনুষ্ঠানতে অধ্যাপক শৰৎ মহন্ত সোঁৱৰণী মুকলি মঞ্চৰ আধাৰশিলা স্থাপনৰ লগতে ড° সব্যসাচী মহন্ত আৰু ৰীতামণি বৰা ৰচিত এখন কাব্যগ্ৰন্থও উন্মোচন কৰে।

কাৰ্যসূচীত মুখ্যমন্ত্ৰীক সংগ দিয়ে
সতীৰ্থ মন্ত্ৰীদ্বয় ডাঃ ৰণোজ পেগু, যোগেন মহন, সাংসদদ্বয় তপন কুমাৰ গগৈ, কামাখ্যা প্ৰসাদ তাছা, বিধায়কদ্বয় সুশান্ত বৰগোহাঁই আৰু ধৰ্মেশ্বৰ কোঁৱৰ, পৰাগ চলিহা সহধৰ্মিণী, দীপালী চলিহা, অ’ এন জি চিৰ কাৰ্যবাহী সঞ্চালক আৰ কে শৰ্মা, শিৱসাগৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ড°প্ৰফুল্ল চন্দ্ৰ কলিতাকে ধৰি মহাবিদ্যালয়
খনৰে জড়িত বহুজন উপস্থিত থাকে।

- Advertisement -

Hot this week

কলকাতা ভ্ৰমণ ✒️ৰিতুপৰ্ণা আভা

১৫/০৪/২০২৫ কলকাতা ভ্ৰমণৰ আটাইতকৈ ভাল লগা সময়কণ আছিল "ভিক্টোৰিয়া মেমৰিয়েল...

‘ব্লুটুথ’ শব্দটোৰ বিষয়ে থূলমুলকৈ

আজিৰ বিশ্বত ব্লুটুথ(Bluetooth) বোলা শব্দটো চিনি নোপোৱা মানুহৰ সংখ্যা...

ASSAM RIFLES INAUGURATES FOOTBALL GROUND

As part of its continued efforts to foster youth...

ইন্টেগ্ৰেটেড বনাম স্বতন্ত্ৰ স্নাতকোত্তৰ ডিগ্ৰী ✒️ড° বুলজিৎ বুঢ়াগোহাঁই

ইন্টেগ্ৰেটেড বনাম স্বতন্ত্ৰ স্নাতকোত্তৰ ডিগ্ৰী ✒️ড° বুলজিৎ বুঢ়াগোহাঁই শিক্ষাৰ্থীসকলৰ বাবে স্নাতকোত্তৰ...

Topics

যশস্বী নৃত্যশিল্পী, নৃত্যাচার্য যতীন গোস্বামীক ৰাষ্ট্ৰপতি ভৱনত ‘পদ্মভূষণ’ সন্মান প্ৰদান

▶️ ৰাষ্ট্ৰপতি ভৱনত আয়োজিত দ্বিতীয় পৰ্যায়ৰ পদ্ম সন্মান প্রদান...

আকাশবাণীৰ লগত জড়িত কেৰিয়াৰ ● ড° বুলজিৎ বুঢ়াগোহাঁই

আকাশবাণীৰ লগত জড়িত কেৰিয়াৰ ● ড° বুলজিৎ বুঢ়াগোহাঁই ডাইৰেক্টৰ জেনেৰেল (Director...

লক্ষ্মী চাহ কোম্পানীৰ দ্বাৰা আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস উদযাপন—

গুৱাহাটী, 27 মে’ 2025 — আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস উপলক্ষে,...

Press Update:

জেন জীৰ উন্মেষণ জাগৃত কৰি: ছেমছাং ইণ্ডিয়াই  ‘ছ’লভ ফৰ...

Facebook: আজিৰ পৃথিৱীৰ ,জনপ্রিয় এক চচিয়েল নেটৱৰ্কিং সেৱা

ফেচবুক ইনকৰ্পৰেটেড নামৰ ব্যক্তিগত কোম্পানিয়ে  ০৪ ফেব্রুৱাৰী ২০০৪ চনত...

‘ব্লুটুথ’ শব্দটোৰ বিষয়ে থূলমুলকৈ

আজিৰ বিশ্বত ব্লুটুথ(Bluetooth) বোলা শব্দটো চিনি নোপোৱা মানুহৰ সংখ্যা...

Related Articles

Popular Categories

Assam
overcast clouds
24.5 ° C
24.5 °
24.5 °
95 %
0.7kmh
100 %
Thu
25 °
Fri
24 °
Sat
30 °
Sun
27 °
Mon
32 °

Warning: Undefined variable $ays_pb_show_scrollbar in /home/jigyasac/asomkhobor.com/wp-content/plugins/ays-popup-box/public/partials/ays-pb-public-templates.php on line 2528

Warning: Undefined variable $ays_pb_show_scrollbar in /home/jigyasac/asomkhobor.com/wp-content/plugins/ays-popup-box/public/partials/ays-pb-public-templates.php on line 2534

Warning: Undefined variable $ays_pb_show_scrollbar in /home/jigyasac/asomkhobor.com/wp-content/plugins/ays-popup-box/public/partials/ays-pb-public-templates.php on line 2537

লেখনি বিচৰা হৈছেঃ


Follow the Khobor Media Group channel on WhatsApp: https://whatsapp.com/channel/0029Va7zdb21SWswKyHYlX11

লেখনি বিচৰা হৈছেঃ
অসম খবৰ ডিজিটেল সংবাদ গোষ্ঠীৰ বাৰ্ষিক আলোচনী ‘জনকণ্ঠ’ৰ বাবে সৃষ্টিশীল লেখনি বিচৰা হৈছেঃ
প্ৰতিগৰাকী লেখক/লেখিকাৰ বাবে অনুৰোধঃ

📌 লেখাবোৰ সৃজনীমূলক লেখা, যেনে- স্বৰচিত গল্প, প্ৰৱন্ধ, কবিতা, ধাৰাবাহিক উপন্যাস, অনুবাদ সাহিত্য, ভৌতিক গল্প, বিশেষ ব্যক্তিৰ সাক্ষাৎকাৰ, ভ্ৰমণ কাহিনী, ক্ৰীড়া বাৰ্তা, নীলাখামৰ চিঠি, কৌতুক, সাঁথৰ, মহৎ লোকৰ বাণী, কুইজ, সাংবাদিকতাৰ অভিজ্ঞতা, সংবাদ ক্ষেত্ৰৰ ভৱিষ্যত, বুৰঞ্জীমূলক লেখা, স্বাস্থ্য সজাগতা,
ৰাজনীতিৰ ওপৰত লেখা, সৃষ্টিশীল বাতৰি, ছবি, কাৰ্টুন, ফটোগ্ৰাফী ইত্যাদি সামৰি লোৱা হৈছে।
📌 একেজন লিখকৰ একাধিক সৃষ্টিও ইয়াত প্ৰকাশ পাব। চৰ্ত কেৱল প্ৰকাৰ ভিন্ন হোৱাটো বাঞ্চনীয়।
📌আলোচনীত যিকোনো ধৰণৰ লেখা প্ৰকাশ পাবৰ বাবে আপোনাৰ সৃষ্টিৰাজিক স্পষ্টকৈ মোবাইলত বা কম্পিউটাৰ DTP কৰি  asomkhobor@gmail.com অথবা 8404052898 নম্বৰত প্ৰেৰণ কৰিবলৈ অনুৰোধ জনালোঁ।
ইতি-
অসম খবৰ’ পৰিয়ালৰ হৈ
মুখ্য সম্পাদক অশ্বিনী কুমাৰ গগৈ
মুখপাত্ৰ সম্পাদক শ্ৰীমন্ত দাস


This will close in 15 seconds