31.3 C
Guwahati
Tuesday, November 11, 2025
More

    শেহতীয়া আপডেটঃ

    লখিমপুৰৰ বানাকান্ত অঞ্চলৰ বুজ ললে মন্ত্ৰী পিয়ুজ হাজৰিকাই

    লখিমপুৰৰ বানাকান্ত অঞ্চলৰ বুজ ললে মন্ত্ৰী পিয়ুজ হাজৰিকাই ।
    মন্ত্ৰী পিয়ুজ হাজৰিকা আজি হঠাতে লখিমপুৰত
    আজি বিয়লি উপস্থিতিহৈ জহিং অঞ্চলৰ ত্ৰিবেণী সংগম স্থলি পৰিভ্ৰমণ কৰি বান খহনীয়াৰ বুজ লয় ।
    অসম চৰকাৰৰ বান নিয়ন্ত্ৰন দপ্তৰৰ মন্ত্ৰী পিয়ুজ হাজৰিকাই বাৰিষাৰ আগতে অঞ্চটোৰ মথাউৰি নিৰ্মাণৰ কাম সমপুৰ্ণ কৰা হ’ব বুলি মন্তব্য কৰে ।


    তেখেতৰ লগত লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱা আৰু লখিমপুৰৰ বিধায়ক মানৱ ডেকাইও সংগ দিয়ে। অসম অৰুনাচল প্ৰদেশৰ সীমান্তৰ্বত্তী অঞ্চল জহিংত ৰঙানদী, জহিং আৰু ঢেকীয়া নদীৰ ত্ৰিবেণী সংগম স্থলীৰ খহনীয়া প্ৰতিৰোধৰ বাবে ৩ কোটি টকাৰ আঁচনি বৰ্ত্তমান অসম চৰকাৰে আৱন্ত্ৰন কৰিছে বুলি মন্ত্ৰী গৰাকীয়ে সাংবাদিকৰ আগত কয়।

    লখিমপুৰৰ পৰা জয়ন্ত কুমাৰ হাজৰিকাৰ

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
    • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
    • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS AUDIO CREDITS- COMPOSITION- ZUBEEN GARG LYRICS-ZUBEEN GARG MUSIC PRODUCER- ZUBEEN GARG CO-PRODUCER- NILOTPAL BORA & GAURI SHANKAR LAHON VOCALS- ZUBEEN GARG, ACHURJYA BORPATRA ACOUSTIC GUITAR- ISHANU NYLON & ELECTRIC GUITAR- PRITOM GOHAIN BARUAH BASS GUITAR- BISWAJIT CHAKRABORTY CHORUS VOICES-[...]

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    NOTICE ROI ROI BINALE Film

    •   আবেগ-অনুভূতিত কোনেও যাতে চিনেমাখনৰ ভিডিঅ' ১ ছেকেণ্ডো যাতে আপলোড নকৰে। আনকি ফটোও।  

    •   ট্ৰেলাৰটো ইতিমধ্যে দেখিছেই সকলোৱে। এই কাম নকৰিব। কিয়নো যি কাম তেওঁ বেয়া পাইছিল। সকলোলৈকে আহ্বান।  

    This will close in 30 seconds