Tuesday, August 26, 2025
26.4 C
Guwahati
TOP NEWS:

মুক্তাপুৰত নিশা ঘৰৰ গেটৰ তলা ভাঙি গাড়ী চুৰি

- Advertisement -

ৰঙিয়া চক্ৰ বিষয়ৰ কাৰ্যালয়ৰ কৰ্মচাৰী তথা মুক্তাপুৰ গাঁৱৰ নিবাসী নৱ পাটোৱাৰীৰ AS-25-E-0748 নম্বৰৰ Hiro Honda Super Splendor মটৰ চাইকেল গাড়ী খন যোৱা নিশা ঘৰৰ পৰা কোনোবাই চুৰি কৰি লৈ যায়। গৰাকীয়ে বহুত সন্ধান কৰে যদিও গড়ীখন নোপোৱাত নৱ পাটোৱাৰীয়ে বাইহাটা চাৰিআলি আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে। যদি কোনোবাই গাড়ী খনৰ কিবা সম্ভেদ পায় তেন্তে তলৰ ঠিকনাটোত জনাবলৈ অনুৰোধ কৰিছে গাড়ী খনৰ গৰাকীয়ে।

নৱ পাটোৱাৰী, পিতৃ-যতীন্দ্ৰ নাথ পাটোৱাৰী গাওঁ-মুক্তাপুৰ, পো.অ- লোচ, জিলা – কামৰূপ,অসম। মোবাইল নম্বৰ – +917002921603

Hot this week

Topics

আহোমসকলৰ শাসনকালৰ কাৰ্যাৱলীক বুজিবলৈ সহায়ক গ্ৰন্থ : ‘আহোম বুৰঞ্জী-কোষ’

‘আহোম বুৰঞ্জী-কোষ’ হৈছে আহোমসকলৰ শাসন কালৰ কাৰ্যাৱলী ভালদৰে আৰু...

২০ তম পানবাৰী অসম আৰক্ষী বাহিনীৰ ছাউনিত উলহ মালহৰে ৭৯ সংখ্যক স্বাধীনতা দিৱস উদযাপন

● পৰ্বতঝোৰা: আজি দেশবাসীয়ে উদযাপন কৰিছে ৭৯ সংখ্যক স্বাধীনতা...

হাগ্ৰামা মহিলাৰীৰ কথাৰ কোনো মূল্য নাইঃ জয়ন্ত বসুমতাৰী

পৰ্বতঝোৰাঃ বিটিআৰত আৰম্ভ হৈছে নিৰ্বাচনী যুদ্ধ। শাসক বিৰোধী নেতাৰ...

গুৱাহাটীত নাৰিকল উন্নয়ন ব’ৰ্ডৰ উদ্যোগত কাৰিকৰী সমৃদ্ধি

■ গুৱাহাটীস্থিত আঞ্চলিক নাৰিকল উন্নয়ন ব'ৰ্ডৰ উদ্যোগত ৮ আগষ্ট...

Related Articles

Popular Categories

Assam
overcast clouds
25.1 ° C
25.1 °
25.1 °
91 %
1kmh
100 %
Tue
32 °
Wed
33 °
Thu
31 °
Fri
27 °
Sat
27 °