শেহতীয়া আপডেটঃ

‘ৰহস্যময়ী’ মহিলা পম্পীৰ সৈতে ‘ৰেপিড’ চালক’ ইমৰাণৰ সম্পৰ্ক

ঘটনা সন্দৰ্ভত আৰক্ষীয়ে নিজাববীয়াকৈ গোচৰ ৰুজু কৰাৰ চলাইছে অনুসন্ধান। আনফালে ধৃত ইমৰান ওৰফে মোক্তাৰৰ বিৰুদ্ধে আছে পূৰ্বৰ বহু অপৰাধাৰ দস্তাবেজ। পূৰ্বেও ড্ৰাগছৰ ব্যৱসায় আৰু যুৱতী যোগান ধৰাৰ গোচৰত জে’ললৈ গৈছিল ইমাৰাণ।

সপোনৰ নগৰী গুৱাহাটীত পুনৰ এক চাঞ্চল্যকৰ ঘটনা। এগৰাকী মহিলাৰ মৃতদেহক লৈ GMCHত সৃষ্টি হৈছে চাঞ্চল্যৰ। সময় পাৰ হোৱাৰ লগে-লগে ঘটনাই লৈছে নতুন-নতুন ৰূপ। ‘ৰহস্যময়ী’ মহিলাৰ মৃত্যুৰ পিছতে পোহৰলৈ আহিছে ড্ৰাগছ, দেহ ব্যৱসায়ৰ ভয়ংকৰ বেহাৰ তথ্য।

ইমৰাণ ওৰফে মোক্তাৰ আলীক মাৰথান জেৰা চলাইছে পল্টনবজাৰ আৰক্ষীয়ে। ধৃত ইমৰাণৰ ম’বাইলত আৰক্ষীয়ে লাভ কৰিছে বিস্ফোৰক তথ্য। গুৱাহাটীৰ একাংশ বিলাসী হোটেলত যুৱতী যোগান ধৰাৰ তথ্য লাভ কৰিছে তদন্তকাৰী আৰক্ষীয়ে। অভিযোগ অনুসৰি পেচাত ৰেপিড’ চালক ইমৰাণ হোটেলত যুৱতীৰ লগতে বহু বিলাসী পাৰ্টীত ড্ৰাগছো যোগান ধৰিছিল।

ইমৰাণ ওৰফে মোক্তাৰ আলীক মাৰথন জেৰা চলাইছে পল্টনবজাৰ আৰক্ষীয়ে। ধৃত ইমৰাণৰ ম’বাইলত আৰক্ষীয়ে লাভ কৰিছে বিস্ফোৰক তথ্য। গুৱাহাটীৰ একাংশ বিলাসী হোটেলত যুৱতী যোগান ধৰাৰ তথ্য লাভ কৰিছে তদন্তকাৰী আৰক্ষীয়ে। অভিযোগ অনুসৰি পেচাত ৰেপিড’ চালক ইমৰাণ হোটেলত যুৱতীৰ লগতে বহু বিলাসী পাৰ্টীত ড্ৰাগছো যোগান ধৰিছিল।

ইমৰাণৰ ম’বাইল ফোনত পল্টনবজাৰৰ ২ নম্বৰ ৰে’ল গেটৰ একাংশ ড্ৰাগছ পেডলাৰৰ নাম আৰু সন্দেহজনক ম’বাইল নম্বৰ উদ্ধাৰ কৰিছে আৰক্ষীয়ে। শেহতীয়াকৈ পোহৰলৈ অহা তথ্য অনুসৰি পম্পী বৰুৱা নামৰ মহিলাগৰাকীৰে বিগত এটা বছৰৰ পৰা চিনাকি ইমৰাণৰ।

ইমৰাণৰ ৰেপিড'ৰে নিশা বিভিন্ন হোটেললৈ অনা নিয়া কৰিছিল পম্পীক। জানিব পৰা অনুসৰি দেওবাৰে পুৱা পম্পীক হেঙেৰাবাৰীৰ সৃষ্টি ৰিহেব চেণ্টাৰৰ পৰা ওলাই আহিছিল। তাৰ পাছতে ইছলামপুৰত কোনো যুৱকৰ সৈতে কৰিছিল ড্ৰাগছৰ পাৰ্টী। সেই পাৰ্টীতে পম্পীয়েঅত্যধিক মাত্ৰাত ড্ৰাগছ লোৱাৰ তথ্য পোহৰলৈ আহিছে।

ইমৰাণৰ ৰেপিড’ৰে নিশা বিভিন্ন হোটেললৈ অনা নিয়া কৰিছিল পম্পীক। জানিব পৰা অনুসৰি দেওবাৰে পুৱা পম্পীক হেঙেৰাবাৰীৰ সৃষ্টি ৰিহেব চেণ্টাৰৰ পৰা ওলাই আহিছিল। তাৰ পাছতে ইছলামপুৰত কোনো যুৱকৰ সৈতে কৰিছিল ড্ৰাগছৰ পাৰ্টী। সেই পাৰ্টীতে পম্পীয়েঅত্যধিক মাত্ৰাত ড্ৰাগছ লোৱাৰ তথ্য পোহৰলৈ আহিছে।

অৱশ্যে দেওবাৰে কোন যুৱকৰ সৈতে পম্পীয়ে ড্ৰাগছ লৈছিল সেয়া এতিয়াও ৰহস্যৰ আৱৰ্তত। ইমৰাণৰ স্বীকাৰোক্তিৰ ভিত্তিত ড্ৰাগছৰ পাৰ্টী কৰা যুৱকৰ সন্ধানত পল্টলবজাৰ আৰক্ষীয়ে চলাইছে অভিযান। লক্ষ্যণীয়ভাৱে এতিয়ালৈ মৃত পম্পীৰ পৰিয়ালে দাখিল কৰা নাই কোনো এজাহাৰ।

অৱশ্যে দেওবাৰে কোন যুৱকৰ সৈতে পম্পীয়ে ড্ৰাগছ লৈছিল সেয়া এতিয়াও ৰহস্যৰ আৱৰ্তত। ইমৰাণৰ স্বীকাৰোক্তিৰ ভিত্তিত ড্ৰাগছৰ পাৰ্টী কৰা যুৱকৰ সন্ধানত পল্টনবজাৰ আৰক্ষীয়ে চলাইছে অভিযান। লক্ষ্যণীয়ভাৱে এতিয়ালৈ মৃত পম্পীৰ পৰিয়ালে দাখিল কৰা নাই কোনো এজাহাৰ।

ঘটনা সন্দৰ্ভত আৰক্ষীয়ে নিজাববীয়াকৈ গোচৰ ৰুজু কৰাৰ চলাইছে অনুসন্ধান। আনফালে ধৃত ইমৰান ওৰফে মোক্তাৰৰ বিৰুদ্ধে আছে পূৰ্বৰ বহু অপৰাধাৰ দস্তাবেজ। পূৰ্বেও ড্ৰাগছৰ ব্যৱসায় আৰু যুৱতী যোগান ধৰাৰ গোচৰত জে’ললৈ গৈছিল ইমাৰাণ।

ঘটনা সন্দৰ্ভত আৰক্ষীয়ে নিজাববীয়াকৈ গোচৰ ৰুজু কৰাৰ চলাইছে অনুসন্ধান। আনফালে ধৃত ইমৰান ওৰফে মোক্তাৰৰ বিৰুদ্ধে আছে পূৰ্বৰ বহু অপৰাধাৰ দস্তাবেজ। পূৰ্বেও ড্ৰাগছৰ ব্যৱসায় আৰু যুৱতী যোগান ধৰাৰ গোচৰত জে’ললৈ গৈছিল ইমাৰাণ।

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.