31.3 C
Guwahati
Tuesday, October 21, 2025
More

    শেহতীয়া আপডেটঃ

    মায়ঙত পৰম্পৰাগত খেল ধেমালিৰ আয়োজন

    মায়ঙত পৰম্পৰাগত খেল ধেমালিৰ আয়োজন

    প্ৰতিবেদক, মায়ং,১৫জানুৱাৰী: মাঘ বিহু উপলক্ষে মায়ঙৰ হাৰীয়াপাত অনুষ্ঠিত কৰা হয় বিভিন্ন ধৰনৰ খেল ধেমালি মুলক প্ৰতিযোগিতা।প্ৰতি বছৰৰ দৰে এই বেলিও মাঘ বিহুৰ লগত সংগতি ৰাখি মাঘ মাহৰ প্ৰথম দিনটোত মায়ঙৰ হাৰীয়াপাৰ পানীগাওঁ যুৱক সংঘৰ উদ্যোগত আয়োজন কৰা হয় বিভিন্ন খেলা ধেমালি মূলক প্ৰতিযোগিতা। যত আয়োজন কৰা হয় কলগছ বগোৱা, কলহ ভঙা,মহিলা কাবাডিৰ উপৰিও হাহঁ ধৰাৰ দৰে বহুতো আমুদজনক খেল।উক্ত খেলত অংশগ্রহণ কৰে দুখনকৈ গাৱৰ প্ৰায় শতাধিক পুৰুষ মহিলা।ইয়াৰ উপৰিও খেল উপভোগ কৰিব’লৈ হেতা উপৰা ভিৰ কৰে কেবা শতাধিক ৰাইজে

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    This will close in 0 seconds