মাজুলী নিমাতীঘাটত ফেৰী দুৰ্ঘটনা September 8, 2021 অসম খবৰ বাৰ্তা প্ৰকাশক, 🌎 অসমঃ 0 নিমাতীঘাটত ফেৰী দুৰ্ঘটনা ব্রহ্মপুত্রৰ বুকুত ডুবিল ‘মা কমলা’ নামৰ ফেৰী দুখন ফেৰীৰ মাজৰ সংঘৰ্ষৰ ফলত সংঘটিত দুৰ্ঘটনাটো যোৰহাটৰ নিমাতীঘাটত এই ঘটনা ফেৰী দুখনত শতাধিক যাত্রী থকাৰ সম্ভাৱনা নিমাতীঘাটৰ পৰা মাজুলী অভিমুখী আছিল ফেৰী দুখন ১০০ যাত্রী ডুব যোৱাৰ আশংকা নিৰুদ্দেশ হৈ আছে এতিয়াও ৩০-৪০ লোক
Leave a Reply