Friday, May 30, 2025
23.7 C
Guwahati
TOP NEWS:

ভাগ্যশ্ৰী দেৱী( ভৰালী) য়ে গৌৰৱ কঢ়িয়াই আনিলে বটিয়ামাৰী অঞ্চললৈ :: বিভিন্ন দল সংগঠনৰ শুভেচ্ছা

- Advertisement -
- Advertisement -
- Advertisement -
- Advertisement -

ভাগ্যশ্ৰী দেৱী( ভৰালী) য়ে গৌৰৱ কঢ়িয়াই আনিলে বটিয়ামাৰী অঞ্চললৈ :: বিভিন্ন দল সংগঠনৰ শুভেচ্ছা ::

অসম খবৰ বিশ্বনাথ চাৰিআলি ১২জুন:

সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত বহু দৰিদ্ৰ ছাত্ৰ-ছাত্ৰীয়ে এই বাৰ ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছে। তাৰ মাজতে বিহালী বিধানসভা সমষ্টিৰ অন্তৰ্গত বটিয়ামাৰী অঞ্চলৰ  প্ৰয়াত শিক্ষক তথা সমাজকৰ্মী খগেন ভৰালীৰ জেষ্ঠ কন্যা  ভাগ্যশ্ৰী দেৱী( ভৰালী)য়ে বিহালী তথা বটিয়ামাৰী অঞ্চললৈ গৌৰৱ কঢ়িয়াই  আনিবলৈ সক্ষম হয় । হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত ৫ টা বিষয়ত লেটাৰ মাৰ্ক সহ   ৮৫.১৬% শতাংশ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে । উল্লেখযোগ্য যে অতি দৰিদ্ৰ ছাত্রী গৰাকীক ব্যক্তিগত খণ্ডৰ আৰ. এল মেম’ৰিয়েল ইংলিছ স্কুলে সম্পূৰ্ণ বিনামূলীয়াকৈ পাঠদান কৰিছিল । উক্ত বিদ্যালয় খনতে পিতৃ খগেন ভৰালীয়ে অধ্যক্ষ হিচাপে কৰ্মৰত হৈ আছিল, পৰৱৰ্তী সময়ত বিদ্যালয় খনতে তেওঁৰ কন্যা ভাগ্যশ্ৰী ভড়ালীয়ে সুখ্যাতিৰে উত্তীৰ্ণ হৈ

 পিতৃৰ সন্মান বৃদ্ধি কৰাৰ লগতে অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হল ।  ইফালে ছাত্ৰ গৰাকীৰ এই সাফল্যত বৃহত্তৰ বটিয়ামাৰী অঞ্চলৰ ৰাইজৰ লগতে বিদ্যালয় কৰ্তৃপক্ষ, বিহালী সমষ্টিৰ বিধায়ক ৰঞ্জিত দত্ত,

বিজেপি ৰাজ্যিক  সমিতি উপ: সভাপতি অশোক ভট্টৰায়,সাংবাদিক সুৰক্ষা মঞ্চ অসমৰ কেন্দ্ৰীয় সমিতিৰ সহকাৰী সম্পাদক শ্ৰীমন্ত দাস, 

বিহালী প্ৰেছ ক্লাৱৰ সম্পাদক খগেন মটক, সহকাৰী সম্পাদক অম্লান কাশ্যপ চাহা, জ্যেষ্ঠ সাংবাদিক ভুৱন লুইটেল, সমাজকৰ্মী প্ৰেমলাল গঞ্জুয়ে ছাত্ৰীগৰাকীক অভিনন্দন জ্ঞাপন কৰিছে । অন্যহাতে, বিদ্যালয় কৰ্তৃপক্ষই দৰিদ্ৰ মেধাৱী ছাত্ৰী গৰাকীক আগুৱাই নিয়াত লোৱা ভুমিকাক স্থানীয় ৰাইজৰ লগতে সমুহ ভড়ালী পৰিয়ালবৰ্গই প্ৰশংসা তথা ধন্যবাদ জ্ঞাপন কৰিছে

- Advertisement -

Hot this week

ASSAM RIFLES RECOVERS HEROIN WORTH ₹3.5 CRORE IN CACHAR DISTRICT, ASSAM

In a decisive blow to narco trafficking in the...

আকাশবাণীৰ লগত জড়িত কেৰিয়াৰ ● ড° বুলজিৎ বুঢ়াগোহাঁই

আকাশবাণীৰ লগত জড়িত কেৰিয়াৰ ● ড° বুলজিৎ বুঢ়াগোহাঁই ডাইৰেক্টৰ জেনেৰেল (Director...

Britain’s Got Talent শীৰ্ষক ৰিয়েলিটী শ্ব’ত অসমৰ জীয়ৰী বিনীতা চেত্ৰীৰ চূড়ান্ত পৰ্যায়ত প্ৰৱেশ

Britain’s Got Talent শীৰ্ষক ৰিয়েলিটী শ্ব’ত নৃত্য প্ৰদৰ্শনেৰে আকৰ্ষণৰ...

অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ নতুন সভাপতি গৌৰৱ গগৈ

অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ নতুন সভাপতি হিচাপে গৌৰৱ...

গ্ৰন্থ আলোচনাঃ ‘নৈ বৈ যায়’ – ✒️ৰিতুপৰ্ণা

নদীমাতৃক ৰাজ্য অসমৰ সভ্যতা, সাহিত্য, সংস্কৃতিৰ ক্ৰমবিকাশৰ সাক্ষী হৈ...

Topics

ছিকিমৰ পঞ্চদশ প্রতিষ্ঠা দিৱসৰ কাৰ্যসূচীত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

আজি ছিকিমৰ পঞ্চদশ প্রতিষ্ঠা দিৱসৰ কাৰ্যসূচীত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে...

যশস্বী নৃত্যশিল্পী, নৃত্যাচার্য যতীন গোস্বামীক ৰাষ্ট্ৰপতি ভৱনত ‘পদ্মভূষণ’ সন্মান প্ৰদান

▶️ ৰাষ্ট্ৰপতি ভৱনত আয়োজিত দ্বিতীয় পৰ্যায়ৰ পদ্ম সন্মান প্রদান...

আকাশবাণীৰ লগত জড়িত কেৰিয়াৰ ● ড° বুলজিৎ বুঢ়াগোহাঁই

আকাশবাণীৰ লগত জড়িত কেৰিয়াৰ ● ড° বুলজিৎ বুঢ়াগোহাঁই ডাইৰেক্টৰ জেনেৰেল (Director...

লক্ষ্মী চাহ কোম্পানীৰ দ্বাৰা আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস উদযাপন—

গুৱাহাটী, 27 মে’ 2025 — আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস উপলক্ষে,...

Press Update:

জেন জীৰ উন্মেষণ জাগৃত কৰি: ছেমছাং ইণ্ডিয়াই  ‘ছ’লভ ফৰ...

Facebook: আজিৰ পৃথিৱীৰ ,জনপ্রিয় এক চচিয়েল নেটৱৰ্কিং সেৱা

ফেচবুক ইনকৰ্পৰেটেড নামৰ ব্যক্তিগত কোম্পানিয়ে  ০৪ ফেব্রুৱাৰী ২০০৪ চনত...

Related Articles

Popular Categories

Assam
moderate rain
24.1 ° C
24.1 °
24.1 °
96 %
3.6kmh
100 %
Fri
24 °
Sat
31 °
Sun
30 °
Mon
30 °
Tue
32 °

Warning: Undefined variable $ays_pb_show_scrollbar in /home/jigyasac/asomkhobor.com/wp-content/plugins/ays-popup-box/public/partials/ays-pb-public-templates.php on line 2528

Warning: Undefined variable $ays_pb_show_scrollbar in /home/jigyasac/asomkhobor.com/wp-content/plugins/ays-popup-box/public/partials/ays-pb-public-templates.php on line 2534

Warning: Undefined variable $ays_pb_show_scrollbar in /home/jigyasac/asomkhobor.com/wp-content/plugins/ays-popup-box/public/partials/ays-pb-public-templates.php on line 2537

লেখনি বিচৰা হৈছেঃ


Follow the Khobor Media Group channel on WhatsApp: https://whatsapp.com/channel/0029Va7zdb21SWswKyHYlX11

লেখনি বিচৰা হৈছেঃ
অসম খবৰ ডিজিটেল সংবাদ গোষ্ঠীৰ বাৰ্ষিক আলোচনী ‘জনকণ্ঠ’ৰ বাবে সৃষ্টিশীল লেখনি বিচৰা হৈছেঃ
প্ৰতিগৰাকী লেখক/লেখিকাৰ বাবে অনুৰোধঃ

📌 লেখাবোৰ সৃজনীমূলক লেখা, যেনে- স্বৰচিত গল্প, প্ৰৱন্ধ, কবিতা, ধাৰাবাহিক উপন্যাস, অনুবাদ সাহিত্য, ভৌতিক গল্প, বিশেষ ব্যক্তিৰ সাক্ষাৎকাৰ, ভ্ৰমণ কাহিনী, ক্ৰীড়া বাৰ্তা, নীলাখামৰ চিঠি, কৌতুক, সাঁথৰ, মহৎ লোকৰ বাণী, কুইজ, সাংবাদিকতাৰ অভিজ্ঞতা, সংবাদ ক্ষেত্ৰৰ ভৱিষ্যত, বুৰঞ্জীমূলক লেখা, স্বাস্থ্য সজাগতা,
ৰাজনীতিৰ ওপৰত লেখা, সৃষ্টিশীল বাতৰি, ছবি, কাৰ্টুন, ফটোগ্ৰাফী ইত্যাদি সামৰি লোৱা হৈছে।
📌 একেজন লিখকৰ একাধিক সৃষ্টিও ইয়াত প্ৰকাশ পাব। চৰ্ত কেৱল প্ৰকাৰ ভিন্ন হোৱাটো বাঞ্চনীয়।
📌আলোচনীত যিকোনো ধৰণৰ লেখা প্ৰকাশ পাবৰ বাবে আপোনাৰ সৃষ্টিৰাজিক স্পষ্টকৈ মোবাইলত বা কম্পিউটাৰ DTP কৰি  asomkhobor@gmail.com অথবা 8404052898 নম্বৰত প্ৰেৰণ কৰিবলৈ অনুৰোধ জনালোঁ।
ইতি-
অসম খবৰ’ পৰিয়ালৰ হৈ
মুখ্য সম্পাদক অশ্বিনী কুমাৰ গগৈ
মুখপাত্ৰ সম্পাদক শ্ৰীমন্ত দাস


This will close in 15 seconds