31.3 C
Guwahati
Monday, October 20, 2025
More

    শেহতীয়া আপডেটঃ

    ব্ৰিটেইনছ গট টেলেণ্টত তৃতীয় স্থান দখল কৰা বিনীতা চেত্ৰীক লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত উষ্ম আদৰণি

    অসম জীয়ৰীগৰাকীৰ এই সাফল্যত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই অভিনন্দন জ্ঞাপন কৰিছে।

    আন্তঃৰাষ্ট্ৰীয় প্ৰতিভা সন্ধানকাৰী মঞ্চ ব্ৰিটেইনছ গট টেলেণ্টত তৃতীয় স্থান দখল কৰি ৰাজ্য তথা দেশলৈ সুনাম কঢ়িয়াই অনা কাৰ্বি আংলং জিলাৰ বোকাজানৰ বিনীতা চেত্ৰীক আজি বৰঝাৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত অৱতৰণ কৰাৰ পাছত গুণমুগ্ধসকলে আদৰণি জনায়।From Assam To UK: 8-Year-Old Binita Chetry Stuns Judges At Britain's Got Talent বিনীতা চেত্ৰীয়ে সন্মান লাভ কৰি অতিশয় আনন্দিত বুলি প্ৰকাশ কৰে। শক্তিপীঠ কামাখ্যা ধামত উপস্থিত হৈ পূজা-অৰ্চনা আগবঢ়ায়। অসম জীয়ৰীগৰাকীৰ এই সাফল্যত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই অভিনন্দন জ্ঞাপন কৰিছে। সামাজিক মাধ্যমত দিয়া এটা বাৰ্তাত মুখ্যমন্ত্ৰীয়ে প্রতিযোগিতাৰ প্ৰথম ৰাউণ্ডৰ পৰা অপূৰ্ব নৃত্য শৈলীৰে বিচাৰক আৰু দৰ্শকক মুগ্ধ কৰা শিল্পী গৰাকীয়ে চূড়ান্ত পৰ্যায়লৈ দৰ্শকৰ মন জয় কৰিবলৈ সমৰ্থ হল বুলি মুখ্যমন্ত্রীয়ে প্ৰকাশ কৰে। ড০ শৰ্মাই বিনীতা চেত্ৰীক আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰে৷

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    This will close in 0 seconds