31.3 C
Guwahati
Monday, October 20, 2025
More

    শেহতীয়া আপডেটঃ

    বিহালী বেদেতীত ব্যতিক্ৰমী ৰূপে নৱবৰ্ষক আদৰণি সচেতন নাগৰিক আৰু যুৱতী, মহিলা :

    বিহালী বেদেতীত ব্যতিক্ৰমী ৰূপে নৱবৰ্ষক আদৰণি সচেতন নাগৰিক আৰু যুৱতী, মহিলা :

    আজি ২০২২ বৰ্ষৰ প্ৰথমটো দিন। পুৱাৰ পৰাই বহু জনে বনভোজলৈ বুলি ৰাওনা হৈছে বিভিন্ন স্থানলৈ। কিন্তু আজি প্ৰথম জানুৱাৰী দিনটোত পুৱাই নিজক আৰু আনৰ স্বাস্থ্য সুৰক্ষা সজাগতা বাবে বেদেতী খেল পথাৰত গুৰুজি অজিত দাস আৰু মনোৰঞ্জন বাইলুং আৰু লগতে তত্ত্বাৱধায়ক তথা সভাপতি
    প্ৰমিচ মল্লিক আৰু সম্পাদক মলয় বসু লগতে সমাজ সচেতন যুৱতী
    মুনমী বিশ্বাসকে ধৰি কেইবাগৰাকী মহিলা যুৱতীৰ সহযোগত বেদেতী খেল পথাৰত নৱবৰ্ষৰ ২০২২ ৰ প্ৰথম দিনটোতেই “ঔঁম গ্ৰুপ” বেদেতীত বিনামূলীয়া যোগ চৰ্চা কেন্দ্ৰৰ সদস্য সকলে যোগ চৰ্চাৰ জৰিয়তে নৱ বৰ্ষক আদৰণি জনোৱা পৰিলক্ষিত হল।


    উল্লেখযোগ্য যে এই কেন্দ্ৰৰ জৰিয়তে যোৱা ৩ বছৰ ধৰি এই দৰে বিনামূলীয়া সেৱা আগবঢ়াই আহিছে কেন্দ্ৰটোৱে।

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    This will close in 0 seconds