Thursday, May 29, 2025
26.4 C
Guwahati
TOP NEWS:

বিহালী বাঘমৰীত একাঁজলি শ্ৰদ্ধাঞ্জলি” অনুষ্ঠান

- Advertisement -
- Advertisement -
- Advertisement -
- Advertisement -

বিহালী বাঘমৰীত একাঁজলি শ্ৰদ্ধাঞ্জলি” অনুষ্ঠান :

বিশ্বনাথ চাৰিআলি ২৮ নৱেম্বৰ :

দেওবাৰে ভাৰতীয় জনতা পাৰ্টি,বাঘমৰা মণ্ডল সমিতিৰ উদ্যোগত ভাৰতীয় জনতা পাৰ্টি,বাঘমৰা মণ্ডল সমিতিৰ প্ৰতিষ্ঠাপক সভাপতি প্ৰয়াত সুবল দাস ক স্মৰণ কৰি “একাঁজলি শ্ৰদ্ধাঞ্জলি” অনুষ্ঠান আয়োজন কৰে।

প্ৰয়াত সুবল দাসৰ আকস্মিক বিয়োগ ভাৰতীয় জনতা পাৰ্টীৰ এক পূৰণীয় ক্ষতি বুলি বিধায়ক ৰঞ্জিত দত্তই প্ৰকাশ কৰে।

ভাৰতীয় জনতা পাৰ্টি,বাঘমৰা মণ্ডল সমিতিৰ প্ৰতিষ্ঠাপক সভাপতি হিচাপে কাৰ্য্যনিৰ্বাহ কৰি বাঘমৰাত ভাৰতীয় জনতা পাৰ্টিৰ আদৰ্শ প্ৰচাৰ কৰি দলক আগুৱাই লৈ যোৱা
সকলৰ ভিতৰত অন্যতম ব্যক্তি আছিল বুলি কয় বিধায়ক ৰঞ্জিত দত্তই ।

উক্ত অনুষ্ঠানটিত অংশগ্ৰহণ কৰে বিজেপি পূৱ-শোণিতপুৰ অৰ্থাৎ বৰ্তমানৰ বিশ্বনাথ জিলাৰ প্ৰাক্তন সভাপতি ভব গোস্বামী,বিজেপি,বিশ্বনাথ জিলাৰ প্ৰাক্তন সভাপতি তথা ৰাষ্ট্ৰীয় পৰিষদৰ সদস্য পৰেশ বৰকাকতি,বিজেপি বিশ্বনাথ জিলাৰ প্ৰাক্তন সভাপতি তথা চাহ জনগোষ্ঠী মৰ্চা অসম প্ৰদেশৰ সভাপতি দিগন্ত ঘাটোৱা,,বিজেপি বিশ্বনাথ জিলাৰ সভাপতি পংকজ বৰা প্ৰমুখ্যে বাঘমৰা মণ্ডল সমিতিৰ সভাপতি,বিষয়ববীয়া তথা কাৰ্য্যকৰ্তাসকল,প্ৰয়াত দাস দেৱৰ পৰিয়ালবৰ্গ ।

- Advertisement -

Hot this week

Facebook: আজিৰ পৃথিৱীৰ ,জনপ্রিয় এক চচিয়েল নেটৱৰ্কিং সেৱা

ফেচবুক ইনকৰ্পৰেটেড নামৰ ব্যক্তিগত কোম্পানিয়ে  ০৪ ফেব্রুৱাৰী ২০০৪ চনত...

ASSAM RIFLES INAUGURATES FOOTBALL GROUND

As part of its continued efforts to foster youth...

যশস্বী নৃত্যশিল্পী, নৃত্যাচার্য যতীন গোস্বামীক ৰাষ্ট্ৰপতি ভৱনত ‘পদ্মভূষণ’ সন্মান প্ৰদান

▶️ ৰাষ্ট্ৰপতি ভৱনত আয়োজিত দ্বিতীয় পৰ্যায়ৰ পদ্ম সন্মান প্রদান...

মণিপুৰৰ চিৰই লিলি উৎসৱৰ সামৰণি

উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য মণিপুৰৰ উখৰুল জিলাত চলি থকা চিৰই...

Topics

যশস্বী নৃত্যশিল্পী, নৃত্যাচার্য যতীন গোস্বামীক ৰাষ্ট্ৰপতি ভৱনত ‘পদ্মভূষণ’ সন্মান প্ৰদান

▶️ ৰাষ্ট্ৰপতি ভৱনত আয়োজিত দ্বিতীয় পৰ্যায়ৰ পদ্ম সন্মান প্রদান...

আকাশবাণীৰ লগত জড়িত কেৰিয়াৰ ● ড° বুলজিৎ বুঢ়াগোহাঁই

আকাশবাণীৰ লগত জড়িত কেৰিয়াৰ ● ড° বুলজিৎ বুঢ়াগোহাঁই ডাইৰেক্টৰ জেনেৰেল (Director...

লক্ষ্মী চাহ কোম্পানীৰ দ্বাৰা আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস উদযাপন—

গুৱাহাটী, 27 মে’ 2025 — আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস উপলক্ষে,...

Press Update:

জেন জীৰ উন্মেষণ জাগৃত কৰি: ছেমছাং ইণ্ডিয়াই  ‘ছ’লভ ফৰ...

Facebook: আজিৰ পৃথিৱীৰ ,জনপ্রিয় এক চচিয়েল নেটৱৰ্কিং সেৱা

ফেচবুক ইনকৰ্পৰেটেড নামৰ ব্যক্তিগত কোম্পানিয়ে  ০৪ ফেব্রুৱাৰী ২০০৪ চনত...

‘ব্লুটুথ’ শব্দটোৰ বিষয়ে থূলমুলকৈ

আজিৰ বিশ্বত ব্লুটুথ(Bluetooth) বোলা শব্দটো চিনি নোপোৱা মানুহৰ সংখ্যা...

Related Articles

Popular Categories

Assam
overcast clouds
24.5 ° C
24.5 °
24.5 °
95 %
0.7kmh
100 %
Thu
25 °
Fri
24 °
Sat
30 °
Sun
27 °
Mon
32 °

Warning: Undefined variable $ays_pb_show_scrollbar in /home/jigyasac/asomkhobor.com/wp-content/plugins/ays-popup-box/public/partials/ays-pb-public-templates.php on line 2528

Warning: Undefined variable $ays_pb_show_scrollbar in /home/jigyasac/asomkhobor.com/wp-content/plugins/ays-popup-box/public/partials/ays-pb-public-templates.php on line 2534

Warning: Undefined variable $ays_pb_show_scrollbar in /home/jigyasac/asomkhobor.com/wp-content/plugins/ays-popup-box/public/partials/ays-pb-public-templates.php on line 2537

লেখনি বিচৰা হৈছেঃ


Follow the Khobor Media Group channel on WhatsApp: https://whatsapp.com/channel/0029Va7zdb21SWswKyHYlX11

লেখনি বিচৰা হৈছেঃ
অসম খবৰ ডিজিটেল সংবাদ গোষ্ঠীৰ বাৰ্ষিক আলোচনী ‘জনকণ্ঠ’ৰ বাবে সৃষ্টিশীল লেখনি বিচৰা হৈছেঃ
প্ৰতিগৰাকী লেখক/লেখিকাৰ বাবে অনুৰোধঃ

📌 লেখাবোৰ সৃজনীমূলক লেখা, যেনে- স্বৰচিত গল্প, প্ৰৱন্ধ, কবিতা, ধাৰাবাহিক উপন্যাস, অনুবাদ সাহিত্য, ভৌতিক গল্প, বিশেষ ব্যক্তিৰ সাক্ষাৎকাৰ, ভ্ৰমণ কাহিনী, ক্ৰীড়া বাৰ্তা, নীলাখামৰ চিঠি, কৌতুক, সাঁথৰ, মহৎ লোকৰ বাণী, কুইজ, সাংবাদিকতাৰ অভিজ্ঞতা, সংবাদ ক্ষেত্ৰৰ ভৱিষ্যত, বুৰঞ্জীমূলক লেখা, স্বাস্থ্য সজাগতা,
ৰাজনীতিৰ ওপৰত লেখা, সৃষ্টিশীল বাতৰি, ছবি, কাৰ্টুন, ফটোগ্ৰাফী ইত্যাদি সামৰি লোৱা হৈছে।
📌 একেজন লিখকৰ একাধিক সৃষ্টিও ইয়াত প্ৰকাশ পাব। চৰ্ত কেৱল প্ৰকাৰ ভিন্ন হোৱাটো বাঞ্চনীয়।
📌আলোচনীত যিকোনো ধৰণৰ লেখা প্ৰকাশ পাবৰ বাবে আপোনাৰ সৃষ্টিৰাজিক স্পষ্টকৈ মোবাইলত বা কম্পিউটাৰ DTP কৰি  asomkhobor@gmail.com অথবা 8404052898 নম্বৰত প্ৰেৰণ কৰিবলৈ অনুৰোধ জনালোঁ।
ইতি-
অসম খবৰ’ পৰিয়ালৰ হৈ
মুখ্য সম্পাদক অশ্বিনী কুমাৰ গগৈ
মুখপাত্ৰ সম্পাদক শ্ৰীমন্ত দাস


This will close in 15 seconds