31.3 C
Guwahati
Tuesday, October 21, 2025
More

    শেহতীয়া আপডেটঃ

    বিহালী বাঘমৰা মণ্ডলৰ কমিটি  কাৰ্যনিৰ্বাহক সম্পন্ন ::

    বৃস্হপতিবাৰে বিহালী সমষ্টিৰ ৰতোৱা  ৰঙ্গমঞ্চত বাঘমৰা মণ্ডলৰ
     সভাপতি দধিৰাম শৰ্মা সভাপতিত্ব অনুষ্ঠিত হোৱা মণ্ডলৰ কাৰ্যনিৰ্বাহক সভাখনত অংশগ্ৰহণ কৰে বিধায়ক ৰঞ্জিত দত্তই।

      কাৰ্য্যনিৰ্বাহক সভাখনত আগন্তুক দিনত ল’বলগীয়া দলটো  বিভিন্ন কাৰ্য্যকলাপৰ ওপৰত আৰু সাংগঠনিক দিশ আৰু অধিক শক্তিশালী কৰাৰ পৰিকল্পনাৰ বিষয়ে যথেষ্ট গুৰুত্বপূৰ্ণ আলোচনা কৰা হয় বুলি প্ৰকাশ ।ইফালে বিধায়ক ৰঞ্জিত দত্তই বিজেপি দলৰ
    কাৰ্য্যকৰ্তাসকলক উদ্যম শক্তি আৰু একত্ৰিত আত্মবিশ্বাসৰ আগবাঢ়ি সেৱাই সংগঠন মূলমন্ত্ৰক সৰোগত কৰি নিজ নিজ দায়িত্ব পালন কৰিবলৈ আহ্বান জনাই।
      সভাত উপস্থিত থাকে   ৰাষ্ট্ৰীয় পৰিষদৰ সদস্য পৰেশ বৰকাকতি,বিশ্বনাথ জিলাৰ অৰ্থনৈতিক কোষৰ আহ্বায়ক অমৰজ্যোতি বৰঠাকুৰ,ৰাজ্যিক পৰিষদৰ সদস্যা শেৱালী শৰ্মা,জিলাৰ সম্পাদক ৰঘুপতি বসু প্ৰমুখ্য কৰি দলীয় বিষয়ববীয়াসকল উপস্থিত থাকে৷
    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    This will close in 0 seconds