31.3 C
Guwahati
Tuesday, October 21, 2025
More

    শেহতীয়া আপডেটঃ

    বিহালী টেলেঙনীয়া গাওঁ পঞ্চায়ত বিশেষ গাওঁ সভা

    বিহালী টেলেঙনীয়া গাওঁ পঞ্চায়ত বিশেষ গাওঁ সভা :

    বিহালী ১৬ জানুৱাৰী :

    মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কৃষক সকলক সকাহ দিয়াৰ উদ্দেশ্য এক
    অভিযান আৰম্ভ কৰিছে ৰাজ্যত শস্য ক্ৰয় আৰু কৃষক পঞ্জীয়ন প্ৰক্ৰিয়া। ইফালে
    এই সচেতনতাৰ সন্দৰ্ভত বিশ্বনাথ জিলা প্ৰশাসনৰ উদ্যোগত দেওবাৰে প্ৰগতিশীল কৃষকৰ ধান ক্ৰয়-বিক্ৰয়ৰ সজাগতা সম্পৰ্কে তেলেঙ্গনীয়া গাঁও পঞ্চায়তত অনুষ্ঠিত হয় বিশেষ গাঁও সভা। এই গাওঁ সভাত উপস্থিত থাকে বিধায়ক ৰঞ্জিত দত্ত।

    দত্তই উপস্থিত থাকি কৃষক সকলক উদ্দেশ্য কৰি কয়
    এতিয়াৰে পৰা ভাৰত চৰকাৰে ধানৰ বাবে নিৰ্ধাৰণ কৰা ন্যূনতম সমৰ্থিত মূল্যৰ অধীনত কৃষকে প্ৰতি কুইণ্টল ধান ১৯৪০ টকা দৰত বিক্ৰী কৰিব পাৰিব৷
    লগতে কয়
    কৃষক ৰাইজ আমাৰ অন্নদাতা।

    কৃষি আমাৰ জাতীয় উন্নয়নৰ মেৰুদণ্ডস্বৰূপ।সেয়ে, কৃষক সকলৰ উপাৰ্জন দুগুণ কৰাই আমাৰ চৰকাৰৰ প্ৰথম অগ্ৰাধিকাৰ বুলি কয় বিধায়ক ৰঞ্জিত দত্তই।
    এই সভাখনত উপস্থিত থাকে পঞ্চায়ত আৰু আঞ্চলিক পঞ্চায়তৰ জনপ্ৰতিনিধিসকল,বিহালী উন্নয়ন খণ্ডৰ বিষয়া,কৃষি বিভাগ তথা অন্যান্য বিভাগৰ বিষয়াসকল প্ৰমুখ্যে কৃষক ৰাইজ আৰু সমাজৰ সচেত ব্যক্তিসকল৷

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    This will close in 0 seconds