31.3 C
Guwahati
Monday, November 10, 2025
More

    শেহতীয়া আপডেটঃ

    বিহালী ছাত্র মুক্তি সংগ্ৰাম সমিতিৰ সাক্ষাৎ দৈনন্দিন বাৰ্তা কাকতৰ সম্পাদক শংকৰ গোহাঞিক : জামুগুৰীহাটত আদৰণি :

    বিহালী ছাত্র মুক্তি সংগ্ৰাম সমিতিৰ সাক্ষাৎ
    দৈনন্দিন বাৰ্তা কাকতৰ সম্পাদক শংকৰ গোহাঞিক : জামুগুৰীহাটত আদৰণি :

    বিশ্বনাথ ৮ জানুৱাৰী : 

    কেইবাটাও কাৰ্যসূচীৰে যোৱা বুধবাৰে গুৱাহাটীৰ পৰা উজনি অসমলৈ ৰাওনা হয়
    অসমৰ অন্যতম জনপ্ৰিয় দৈনিক বাতৰি কাকত “দৈনন্দিন বাৰ্তা”ৰ সম্পাদক শংকৰ গোহাঞ।ইফালে উজনি অসমৰ কাৰ্যসূচী সমাপ্ত কৰি শনিবাৰে উপস্থিত হয়
    বিশ্বনাথ চাৰিআলিত।


    বিশ্বনাথ চাৰিআলিত উপস্থিত হোৱা পূৰ্বে বিহালী বৰগাংত
    ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ বিহালী আঞ্চলিক সম্পাদক তথা কেন্দ্ৰীয় সমিতি সাংগঠনিক সম্পাদক অনিল বনীয়া নেতৃত্বত এটা দলে “দৈনন্দিন বাৰ্তা” কাকতৰ সম্পাদক শংকৰ গোহাঞিক সাক্ষাৎ কৰি সাম্প্ৰতিক অসমৰ
    বিভিন্ন সমস্যা পৰিস্থিতি সন্দৰ্ভত বাৰ্তালাপ কৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ দলটোৱে ।

    ইফালে ছাত্ৰ মুক্তি নেতৃত্বক সম্পাদক গোহাঞিদেৱে বহু কেইটা গুৰুত্বপূৰ্ণ পৰামৰ্শ আগবঢ়াই।

    ইফালে আজি পূৱা ৯ বজাত গোহাঞে গুপ্তকাশী বিশ্বনাথ ঘাট পৰিদৰ্শন কৰাৰ লগতে বাবা বিশ্বনাথ মন্দিৰত অসমবাসী মংগলৰ কামনা অৰ্থাৎ সেৱা ধৰি আশীৰ্বাদ গ্ৰহণ কৰে।

    ইয়াৰ উপৰিও বিশ্বনাথ চাৰিআলিস্থিত বিশ্বনাথ ঘাট পৰিদৰ্শন কৰি সম্পাদক গোহাঞিয়ে স্থানীয় সাংবাদিক সকলক সৈতে মত-বিনিময় কৰা লগতে
    সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে যে বিশ্বনাথত ঘাটক অসমৰ ভিতৰতে এখন জাকত জিলিকা পৰ্যটনক্ষেত্ৰ হিচাপে গঢ়ি তুলিবলৈ আমি চেষ্টা কৰিম।

    লগতে চৰকাৰৰ ওচৰত ইয়াৰ গুৰুত্ব আৰোপ কৰাৰ কথাও কয়।

    অন্যহাতে বিশ্বনাথ ঘাটৰ পৰা পোনে পোনে গুৱাহাটীলৈ ৰাওনা হোৱা পথত জামুগুৰীহাটত “দৈনন্দিন বাৰ্তা”কাকতৰ সম্পাদক গৰাকীক আদৰণি জনোৱা হয়।জামুগুৰিহাটৰ অৱসৰপ্ৰাপ্ত শিক্ষক লেখক সাংবাদিক বিশিষ্ট সমাজ কৰ্মী নলিনী ৰঞ্জন ভূঞা, দৈনন্দিন বাৰ্তা জ্যেষ্ঠ সাংবাদিক জোন বৰা সাহিত্যিক হিমাংশু ৰঞ্জন ভূঞাই দৈনন্দিন বাৰ্তা কাকতৰ সম্পাদক গৰাকীক আদৰণি জনাই জামুগুৰীহাটৰ সমুহ ৰাইজৰ হৈ
    আনহাতে বিশিষ্ট সমাজ সেৱাক তথা শিক্ষক নলিনী ৰঞ্জন ভূঞাৰ লগতে উপস্থিত ৰাইজৰ লগত অন্তৰংগ আলাপ কৰে সম্পাদক গৰাকীয়ে।


    সম্পাদক গৰাকীৰ সৈতে এই ভ্ৰমন কালত মৰিগাঁও দৈনন্দিন বাৰ্তা জ্যেষ্ঠ সাংবাদিক গৌতম কাকতি আৰু বিশ্বনাথ চাৰিআলিৰ সাংবাদিক শ্ৰীমন্ত দাসে সংগ দিয়ে।

    আনফালে দৈনন্দিন বাৰ্ত্তা স্বতাধিকাৰি শংকৰ গোহাঁই আন আন জিলাৰ লগতে মৰিগাঁৱটো আহি উপষ্ঠিত হয়।মৰিগাঁৱৰ জিলা দৈনন্দিন বাৰ্ত্তা সংবাদ কৰ্মী ক্ৰমে পুলিন কাকতি,সুশীল নাথ,গৌতম কাকতি,সাংবাদিক পৰিষদৰ সদস্য কৃষ্ণ নাথ,আধুনিক অসমৰ মৰিগাঁও সংবাদ কৰ্মী প্ৰবীণ বৰাই আদৰণী জনায়।দৈনন্দিন বাৰ্ত্তা স্বতাধিকাৰি গৰাকীয়ে তেওঁলোকৰ লগত আগন্ত্তক দিনত লব লগিয়া কিছু কাৰ্যক্ৰমৰ বিষয়েও আলোচনাত মিলিত হয়।

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
    • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
    • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS AUDIO CREDITS- COMPOSITION- ZUBEEN GARG LYRICS-ZUBEEN GARG MUSIC PRODUCER- ZUBEEN GARG CO-PRODUCER- NILOTPAL BORA & GAURI SHANKAR LAHON VOCALS- ZUBEEN GARG, ACHURJYA BORPATRA ACOUSTIC GUITAR- ISHANU NYLON & ELECTRIC GUITAR- PRITOM GOHAIN BARUAH BASS GUITAR- BISWAJIT CHAKRABORTY CHORUS VOICES-[...]

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    NOTICE ROI ROI BINALE Film

    •   আবেগ-অনুভূতিত কোনেও যাতে চিনেমাখনৰ ভিডিঅ' ১ ছেকেণ্ডো যাতে আপলোড নকৰে। আনকি ফটোও।  

    •   ট্ৰেলাৰটো ইতিমধ্যে দেখিছেই সকলোৱে। এই কাম নকৰিব। কিয়নো যি কাম তেওঁ বেয়া পাইছিল। সকলোলৈকে আহ্বান।  

    This will close in 30 seconds