31.3 C
Guwahati
Monday, October 20, 2025
More

    শেহতীয়া আপডেটঃ

    বিহালীত উড়িয়া লোক সংস্কৃতি নৃত্য প্ৰতিযোগিতা Video

    বিহালীত অসম উড়িয়া যুৱ ছাত্র পৰিষদৰ কেটেলা প্ৰাথমিক গোটৰ উদ্যোগত উড়িয়া লোক সংস্কৃতি নৃত্য প্ৰতিযোগিতা

    দেওবাৰে বিহালী সমষ্টিৰ কেটেলা বিৰছা মুণ্ডাৰ ৰংঘ মঞ্চৰ খেল পথাৰত অসম উড়িয়া যুৱ ছাত্র পৰিষদৰ কেটেলা প্ৰাথমিক গোটৰ উদ্যোগত উড়িয়া সংস্কৃতি নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত হয়।


    এই প্ৰতিযোগিতা খনত জিলা খনৰ ৫ টাকৈ নৃত্য দলে অংশগ্ৰহণ কৰে।


    ইফালে এই কাৰ্যসূচীত উপস্থিত থাকে অসম উড়িয়া যুৱ ছাত্র পৰিষদৰ কেন্দ্ৰীয় সমিতি সাধাৰণ সম্পাদক পংকজ মহানন্দ,কেটেলা চিকিৎসালয়ৰ চিকিৎসক ডাঃ বিকাশ মহন্ত, বিহালী প্ৰেছ ক্লাৱৰ সম্পাদক খগেন মটক ,
    আটছা বিহালী শাখা সভাপতি আকাশ কিষাণ ,সাংবাদিক পলাশ প্ৰীয়মকে ধৰি বহু কেইজন বিশিষ্ট ব্যক্তি।

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    This will close in 0 seconds