31.3 C
Guwahati
Friday, October 24, 2025
More

    শেহতীয়া আপডেটঃ

    বিশ্বনাথ চতিয়া সংযোগী পকী দলংত বৃহৎ ফাত ::

    বিশ্বনাথৰ বৰপাম আৰু মাজুলিগড় সংযোগী পথৰ এখন দলং মাজ ভাগতে বহি যোৱাৰ ফলত যাতায়ত ব্যৱস্থা ব্যাহত হৈ পৰিছে ৷

    দলংৰ খুটা তললৈ সোমাই যোৱাৰ বাবেই দলংখন মাজভাগতে বহি যায় ৷ ইতিমধ্যে লোক নিৰ্মান বিভাগে পথটোৰে যাতায়ত সম্পুৰ্ণ বন্ধ কৰি দিছে ৷ অত্যন্ত ব্যস্ত এই পথটোৰ বন্ধ হৈ পৰাৰ লগে লগে যথেষ্ট অসুবিধাৰ সৃষ্টি হৈছে স্থানীয় ৰাইজৰ ৷ ঠিকাদাৰৰ দুৰ্নীতিৰ বাবেই দলংখন বহি যোৱা বুলি স্থানীয় ৰাইজে অভিযোগ কৰে ৷

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    This will close in 0 seconds