31.3 C
Guwahati
Tuesday, November 11, 2025
More

    শেহতীয়া আপডেটঃ

    বিশ্বনাথৰ দিলীচাঙত শংকৰদেৱ শিশু নিকেতনৰ ভৱন নিৰ্মাণ কামৰ শুভাৰম্ভ ৷

    বিশ্বনাথৰ দিলীচাঙত শংকৰদেৱ শিশু নিকেতনৰ ভৱন নিৰ্মাণ কামৰ শুভাৰম্ভ ৷

     অসম খবৰ   , বিশ্বনাথৰ পৰা ৰমেশ চন্দ্ৰ চৰেণ , ৬  ফেব্ৰুৱাৰী ঃ বিশ্বনাথ জিলাৰ   অসম অৰুণাচল সীমান্তৱৰ্তীৰ বৃহত্তৰ অঞ্চলটোৰ  শৈক্ষিক দিশৰ প্ৰতি লক্ষ্য ৰাখি শংকৰদেৱৰ শিশু নিকেতন নামৰ  বিদ্যালয় এখন  প্ৰতিষ্ঠা কৰাৰ মানসেৰে   কেইজনমান শিক্ষিত উদ্যমী যুৱকে বহুদিন ধৰি প্ৰচেষ্টা অব্যাহত ৰাখিছিল ৷ অৱশেষত   বহুদিনীয়া আশা   পুৰণ হল ৷ বালিচাঙৰ সমীপত থকা ১ নং দিলীচাঙত  শংকৰদেৱ শিশু নিকেতন নামৰ  বিদ্যালয়  এখন   নিৰ্মাণৰ কাম শুভাৰম্ভ কৰা হয় ৷ বিশ্বনাথ সমষ্টিৰ বিধায়ক প্ৰমোদ বৰঠাকুৰে উপস্থিত থাকি  বিদ্যালয়খনৰ  নিৰ্মাণৰ কাম  আনুষ্ঠানিকভাবে শুভাৰম্ভ কৰে ৷ আৰু ছাত্ৰছাত্ৰীৰ সকলৰ  শৈক্ষিক উত্তৰণত    এই বিদ্যালয় খনে  গুৰুত্বপুৰ্ণ  ভুমিকা পালন কৰিব বুলি আশা প্ৰকাশ  কৰে বিধায়ক গৰাকীয়ে ৷ অনুষ্ঠানটিত বালিচাং পঞ্চায়তৰ সভাপতি দীপালী দেৱী, আঞ্চলিক সদস্য বলেন বসুমতাৰী ,অৱসৰপ্ৰাপ্ত শিক্ষক ৰত্নেশ্বৰ মহন্ত , হৰি শৰ্মা , ক্ষেমৰাজ ছেত্ৰী কে ধৰি বিশিষ্ট সমাজসেৱক ডালিম বৰা প্ৰমুখ্যে বিদ্যালয়খনৰ নিৰ্মাণ সমিতিৰ  বিষয়ববীয়া সদস্য সদস্যাৰ লগতে বালিচাং , ছেলাইখাতি ,  ধুলী , দলংগুৰিৰ বহু উদ্যমী যুৱক যুৱতী সকল উপস্থিত থাকে ৷

    বিশ্বনাথৰ পৰা ৰমেশ চন্দ্ৰ চৰেণ

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
    • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
    • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS AUDIO CREDITS- COMPOSITION- ZUBEEN GARG LYRICS-ZUBEEN GARG MUSIC PRODUCER- ZUBEEN GARG CO-PRODUCER- NILOTPAL BORA & GAURI SHANKAR LAHON VOCALS- ZUBEEN GARG, ACHURJYA BORPATRA ACOUSTIC GUITAR- ISHANU NYLON & ELECTRIC GUITAR- PRITOM GOHAIN BARUAH BASS GUITAR- BISWAJIT CHAKRABORTY CHORUS VOICES-[...]

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    NOTICE ROI ROI BINALE Film

    •   আবেগ-অনুভূতিত কোনেও যাতে চিনেমাখনৰ ভিডিঅ' ১ ছেকেণ্ডো যাতে আপলোড নকৰে। আনকি ফটোও।  

    •   ট্ৰেলাৰটো ইতিমধ্যে দেখিছেই সকলোৱে। এই কাম নকৰিব। কিয়নো যি কাম তেওঁ বেয়া পাইছিল। সকলোলৈকে আহ্বান।  

    This will close in 30 seconds