31.3 C
Guwahati
Sunday, November 9, 2025
More

    শেহতীয়া আপডেটঃ

    বিশ্বনাথৰ চেলাইখাতিত কাৰ্বি সাহিত্য সভাৰ শাখা কমিটি গঠনৰ সভা সম্পন্ন

    বিশ্বনাথৰ চেলাইখাতিত কাৰ্বি সাহিত্য সভাৰ শাখা কমিটি গঠনৰ সভা সম্পন্ন

    অসম খবৰ , বিশ্বনাথৰ পৰা ৰমেশ চন্দ্ৰ চৰেণ’ৰ ৰিপৰ্ট , ৮ জানুৱাৰী ঃ বিশ্বনাথ জিলাৰ অধীনস্ত অসম অৰুণাচল সীমান্তৱৰ্তীৰ চেলাইখাতিত কাৰ্বি সাহিত্য সভাৰ শাখা সমিতি গঠনৰ সভাখন কালি সুকলমে অনুষ্ঠিত হৈ যায় ৷প্ৰধান শিক্ষক তথা বিশিষ্ট সমাজকৰ্মী মহিৰাম ৰংহাঙৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনৰ আত ধৰে বিশ্বনাথ জিলা কাৰ্বি সাহিত্য সভাৰ সম্পাদক ৰমেশ ক্ৰো’য়ে ৷

    সভাত কাৰ্বি সকলৰ কলা , কৃষ্টি সংস্কৃতিৰ ওপৰত বিশদভাৱে আলোচনা কৰাৰ উপৰিও সাংগঠনিক দিশৰ ওপৰতো আলোকপাত কৰা হয় ৷

    গাম্ভীৰ্যপূৰ্ণ ভাবে অনুষ্ঠিত হোৱা সভাত সাহিত্য সভাৰ কেইবালানি গুৰুত্বপুৰ্ণ প্ৰস্তাৱ গ্ৰহন কৰে ৷ সভাত সাংগাঠনিক দিশৰ প্ৰতি লক্ষ্য ৰাখি শেহতীয়াকৈ কাৰ্বি সাহিত্য সভাৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ অনুসৰি কাৰ্বি অধ্যুষিত এলেকা বিশেষে শাখা সমিতি সমুহ গঠনৰ প্ৰস্তাৱ গ্ৰহন কৰিছে ৷

    সেই মৰ্মে আজিৰ সভাত অসম অৰুণাচল সীমান্তৱৰ্তীৰ বৃহত্তৰ চেলাইখাতিক সামৰি কাৰ্বি সাহিত্য সভাৰ “চেলাইখাতি শাখা সমিতি” খন গঠন কৰা হয় ৷ ৩১ জনীয়া সদস্য , সদস্যাভুক্তিৰে পুৰ্ণ পৰ্যায়ৰ সমিতিখনত সভাপতি হিচাবে দিনেশ ৰংহাঙক নিৰ্বাচিত কৰাৰ বিপৰীতে সম্পাদকৰ পদত চেনীৰাম বে’ক মনোনিত কৰা হয় ৷ সভাখনত কাৰ্বি সাহিত্য সভাৰ বিষয়ববীয়াৰ লগতে কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে বক্তব্য ৰাখে ৷

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
    • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
    • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS AUDIO CREDITS- COMPOSITION- ZUBEEN GARG LYRICS-ZUBEEN GARG MUSIC PRODUCER- ZUBEEN GARG CO-PRODUCER- NILOTPAL BORA & GAURI SHANKAR LAHON VOCALS- ZUBEEN GARG, ACHURJYA BORPATRA ACOUSTIC GUITAR- ISHANU NYLON & ELECTRIC GUITAR- PRITOM GOHAIN BARUAH BASS GUITAR- BISWAJIT CHAKRABORTY CHORUS VOICES-[...]

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    NOTICE ROI ROI BINALE Film

    •   আবেগ-অনুভূতিত কোনেও যাতে চিনেমাখনৰ ভিডিঅ' ১ ছেকেণ্ডো যাতে আপলোড নকৰে। আনকি ফটোও।  

    •   ট্ৰেলাৰটো ইতিমধ্যে দেখিছেই সকলোৱে। এই কাম নকৰিব। কিয়নো যি কাম তেওঁ বেয়া পাইছিল। সকলোলৈকে আহ্বান।  

    This will close in 30 seconds