31.3 C
Guwahati
Tuesday, November 11, 2025
More

    শেহতীয়া আপডেটঃ

    বিশ্বনাথৰ ঐতিহাসিক ফলফলি  ষটপুজা পালন :

     

    বিশ্বনাথৰ পৰা ৰমেশ চন্দ্ৰ চৰেণ

    বিশ্বনাথৰ ঐতিহাসিক ফলফলি পুখুৰীৰ পাৰত পবিত্ৰ ষটপুজা পালন কৰা হয় ৷কাতিমাহৰ শুক্লপক্ষ সুৰ্য উদয়ৰ মুহুৰ্তত হোৱা এই পুজাভাগত বিভিন্ন প্ৰান্তৰ অহা ভক্তসকলৰ সমাগম ঘটে ৷

    নিজৰ অভিষ্ট সিদ্ধিৰ বাবে সুৰ্য দেৱতাক পুজা আৰাধনা কৰে ৷

    লগতে মহিলা সকলেও কঠোৰ ব্ৰত পালনেৰে মাংগলিক নীতি নিয়মৰ মাজেৰে এই পুজাভাগ সম্পন্ন কৰাৰ লগতে সেন্দূৰ খেল কৰাও পৰিলক্ষিত হয় ৷

    চৰকাৰে বান্ধি দিয়া SOP অনুসৰি পালন কৰা এই পুজাভাগত বিশ্বনাথ সমষ্টিৰ বিধায়ক প্ৰমোদ বৰঠাকুৰক প্ৰমুখ্য কৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে ৷

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
    • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
    • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS AUDIO CREDITS- COMPOSITION- ZUBEEN GARG LYRICS-ZUBEEN GARG MUSIC PRODUCER- ZUBEEN GARG CO-PRODUCER- NILOTPAL BORA & GAURI SHANKAR LAHON VOCALS- ZUBEEN GARG, ACHURJYA BORPATRA ACOUSTIC GUITAR- ISHANU NYLON & ELECTRIC GUITAR- PRITOM GOHAIN BARUAH BASS GUITAR- BISWAJIT CHAKRABORTY CHORUS VOICES-[...]

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    NOTICE ROI ROI BINALE Film

    •   আবেগ-অনুভূতিত কোনেও যাতে চিনেমাখনৰ ভিডিঅ' ১ ছেকেণ্ডো যাতে আপলোড নকৰে। আনকি ফটোও।  

    •   ট্ৰেলাৰটো ইতিমধ্যে দেখিছেই সকলোৱে। এই কাম নকৰিব। কিয়নো যি কাম তেওঁ বেয়া পাইছিল। সকলোলৈকে আহ্বান।  

    This will close in 30 seconds