31.3 C
Guwahati
Monday, November 10, 2025
More

    শেহতীয়া আপডেটঃ

    বিশিষ্ট লেখক অৰুণ কুমাৰ গোস্বামীৰ ‘ প্ৰসঙ্গঃ সাহিত্য সংস্কৃতি ‘গ্ৰন্থ উন্মোচন

    বিশিষ্ট লেখক অৰুণ কুমাৰ গোস্বামীৰ ‘ প্ৰসঙ্গঃ সাহিত্য সংস্কৃতি ‘ গ্ৰন্থ উন্মোচন


    সত্ৰীয়া সংস্কৃতিৰ সাধক বিশিষ্ট লেখক, শ্ৰীশ্ৰী শিয়ালমৰাৰ সত্ৰৰ সত্ৰাধিকাৰ আধ্যাপক অৰুণ কুমাৰ গোস্বামীৰ গবেষনামুলক গ্ৰন্থ ‘ প্ৰসঙ্গঃ সাহিত্য সংস্কৃতি ‘ নামৰ গ্ৰন্থ খন আজি বিয়লি শংকৰদেৱ মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত উন্মোচন কৰা হয় ।

    গ্ৰন্থখন উন্মোচন কৰি বিশিষ্ট কবি সমালোচক, নাট্যকাৰ বংশি বৰাই গ্ৰন্থখনে নতুন প্ৰজন্মৰ বাবে শিক্ষাৰ বাতকটীয়া হ’ব বুলি মন্তব্য কৰে ।

    গ্ৰন্থখন প্ৰকাশ কৰে শংকৰদেৱ মহাবিদ্যালয়ৰ প্ৰকাশন বিভাগে ।
    মহাবিদ্যালয়ৰ প্ৰকাশন বিভাগে আয়োজন কৰা উক্ত অনুষ্ঠানত শংকৰদেৱ মহাবিদ্যালয়ৰ আলোচনী ‘ আৰিয়া ‘ খনো উন্মোচন কৰে ।

    হিঁমাশ্ৰী বৰাৰ সম্পাদিত আলোচনী খন উন্মোচন কৰে সাংবাদিক অৰুণজ্যোতি বৰাই ।

    অধ্যাপক অৰুণ কুমাৰ গোস্বামীয়ে বন্তি প্ৰজ্বলন কৰা অনুষ্ঠানটি উদ্ধোধন কৰে অধ্যক্ষ ড° সোণাৰাম কলিতায়ে ।

    অনুষ্ঠানত বিশিষ্ট কবি পূৰ্ণ বৰা , উৎপল শইকীয়াকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে । 


    অনুষ্ঠানটি পৰিচালনা কৰে অধ্যাপক প্ৰবীণ বৰায়ে । 
    নাৰায়ণপুৰৰ পৰা জয়ন্ত কুমাৰ হাজৰিকাৰ প্ৰতিবেদন

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
    • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
    • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS AUDIO CREDITS- COMPOSITION- ZUBEEN GARG LYRICS-ZUBEEN GARG MUSIC PRODUCER- ZUBEEN GARG CO-PRODUCER- NILOTPAL BORA & GAURI SHANKAR LAHON VOCALS- ZUBEEN GARG, ACHURJYA BORPATRA ACOUSTIC GUITAR- ISHANU NYLON & ELECTRIC GUITAR- PRITOM GOHAIN BARUAH BASS GUITAR- BISWAJIT CHAKRABORTY CHORUS VOICES-[...]

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    NOTICE ROI ROI BINALE Film

    •   আবেগ-অনুভূতিত কোনেও যাতে চিনেমাখনৰ ভিডিঅ' ১ ছেকেণ্ডো যাতে আপলোড নকৰে। আনকি ফটোও।  

    •   ট্ৰেলাৰটো ইতিমধ্যে দেখিছেই সকলোৱে। এই কাম নকৰিব। কিয়নো যি কাম তেওঁ বেয়া পাইছিল। সকলোলৈকে আহ্বান।  

    This will close in 30 seconds