31.3 C
Guwahati
Sunday, October 19, 2025
More

    শেহতীয়া আপডেটঃ

    বিধায়ক কিশোৰ নাথৰ বান-গৰাখহনীয়া অঞ্চল পৰিদৰ্শন

    ♦নিজা প্ৰতিবেদকঃ বিধায়ক কিশোৰ নাথে আজি বিভাগটোৰ কাৰ্যবাহী অভিযন্তা অসিত দেৱ, এ ই ডি পাল আৰু উনাডৰ সৈতে ৰয়পুৰ আৰু মানিকপুৰ নদীয়ে কৰা ধ্বংসৰ কাম পৰিদৰ্শন কৰে। তেওঁৰ সৈতে গান্ধী পাল ফৈজল হক বড়া ভূঞা, আদিত্য গিৰি বৰপাত্ৰ সিনহা, ৰাজা মনু সিনহা, টি মৰ্চাৰ সভাপতি পাপ্পু গোৱালা, প্ৰাক্তন মণ্ডল শাল ছপ্ৰা বিজয় সিনহা, শক্তি কেন্দ্ৰ আদি উপস্থিত থাকে৷ লগতে উপস্থিত থাকে অমৃত সিনহা, সুশীল সিনহা, কালী প্ৰসাদ সিনহা আৰু অন্যান্যসকল। বিগত বছৰবোৰত বিধায়ক হৈ থকা সময়ছোৱাত কিশোৰ নাথে নদী গৰাখহনীয়া পৰিদৰ্শন কৰি গাওঁবাসীক সহায় কৰি অহাত গাঁৱৰ ৰাইজ আনন্দ প্ৰকাশ কৰিছে৷

    ৰয়পুৰ আৰু মানিকপুৰত নদী গৰাখহনীয়াক ৰোধ কৰিবলৈ বিধায়কগৰাকীক প্ৰতিশ্ৰুতি দি ভোট দিছিল। কিন্তু এইবাৰ কিশোৰ নাথ বিধায়ক হোৱাৰ পিছত, বাৰাখালাত কামৰ বিকাশে যিদৰে বিকশিত কৰিছে তাৰ তুলনা নাই। ৰায়পুৰ আৰু মানিকপুৰৰ অঞ্চলবাসীক ২০ বছৰতকৈ অধিক সময় ধৰি এই নদীখনে জ্বলা-যন্ত্ৰণা দি অহাৰ ফলত বহু কষ্টৰে জীয়াই আছে অঞ্চলবাসী৷ ৰাইজৰ এনে দুৰ্দশাৰ পৰিত্ৰাণ দিবলৈ বিধায়ক কিশোৰ নাথে কৰা সহায়-সাহাৰ্যক সকলোৱে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছে৷

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    This will close in 0 seconds