Thursday, May 29, 2025
25.7 C
Guwahati
TOP NEWS:

বিধায়ক অখিল গগৈ মুখ্যমন্ত্ৰী সৈতে ১ ঘন্টা আলোচনা : পুনৰ কা” আন্দোলন হ’ব অখিল গগৈ :

- Advertisement -
- Advertisement -
- Advertisement -
- Advertisement -

কইনাধৰাত অসমৰ মুখ্যমন্ত্ৰী আৰু শিৱসাগৰ বিধায়ক অখিল গগৈ
দেওবাৰে সন্ধিয়া শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰে।

প্ৰায় ১ ঘন্টা আলোচনাত মিলিত হয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা সৈতে বিধায়ক অখিল গগৈ ।

আলোচনাত প্ৰধানকৈ শিৱসাগৰ সমষ্টিৰ লগতে জিলাখনৰ সামগ্ৰিক উন্নয়নৰ সম্পৰ্কে মুখ্য মন্ত্ৰীৰে দীঘলীয়া আলোচনাত মিলিত বিধায়ক অখিল গগৈ ।

বিশেষকৈ শিৱসাগৰৰ মেডিকেল কলেজ, বিশ্বৰ ঐতিহ্য স্থান,পুৰাতাত্ত্বিক সমলৰ উন্নয়ন, বিদ্যালয়ৰ উন্নয়ন শিক্ষক নিযুক্তি, ৰাস্তা ঘাট, শিৱদৌলৰ উন্নয়ন, ৰংঘৰ উন্নয়নক লৈ মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰে বিধায়ক অখিল গগৈয়ে।

থাওৰাৰ নিৰ্বাচনৰ সময়ত তাত মেডিকেল কলেজ হ’ব বুলি মুখ্যমন্ত্ৰীয়ে হঠাৎ ঘোষণা কৰি দিছিল।
সেই ঘোষণা দিয়া পাছত বিধায়ক গৰাকীয়ে স্পষ্ট হ’ব লৈ মুখ্যমন্ত্ৰী পৰা জানিবলৈ চেষ্টা কৰে অন্য এখন হ’ব নে শিৱসাগৰ মেডিকেলখনকে তালৈ নিয়া হ’ব সেই বিষয়ে মুখ্যমন্ত্ৰীক সুধিছিল অখিল গগৈয়ে অৱশ্যে কোনো স্পষ্ট উত্তৰ নাপালোঁ বুলি সংবাদ মাধ্যমক কয় বিধায়ক অখিল গগৈয়ে।

ইফালে দুবছৰৰ ভিতৰত শিৱসাগৰ কলেজ বিশ্ববিদ্যালয়কৰণ প্ৰক্ৰিয়া সম্পূৰ্ণ হৈ উঠিব বুলি কয় গগৈয়ে।

শিৱসাগৰৰ প্ৰস্তাৱিত টাই মিউজিয়ামৰ বাবে অতি শীঘ্ৰে টকা দিয়াৰ কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে।

স্বাস্হ্য বিভাগৰ সমস্যাসমূহ সমাধানৰ বাবে অতিশীঘ্ৰে বিষয়াসকলক বৈঠকত বহিবলৈ নিৰ্দেশ দিছে। বিধায়কৰ সহৃদ আঁচনিৰ ধনক লৈও মুখ্যমন্ত্ৰীৰ সৈতে আলোচনা কৰে অখিল গগৈয়ে।কৰ্কট ৰোগী আৰু ছাত্ৰ- ছাত্ৰীসকলক দিব লগা ধনৰ বাবে বহু দিনৰ আগতে ৰণোজ পেগুক স্মাৰক পত্ৰ দিছিল অখিল গগৈয়ে কিন্তু সেই বিষয়ত গুৰুত্ব দিয়া নাছিল মন্ত্ৰীগৰাকীয়ে।

মুখ্যমন্ত্ৰীয়ে এই কাম অতি সোনকালে কৰিবলৈ নিৰ্দেশ দিয়ে বিভাগীয় মন্ত্ৰীগৰাকীক। শিৱসাগৰৰ ৰাস্তা–ঘাটসমূহ ভাল কৰি দিবৰ বাবে নিৰ্দেশ দিয়ে বিভাগীয় কৰ্তৃপক্ষক। ৫ বছৰৰ ভিতৰত অখিলে বিচৰা শিৱসাগৰৰ সকলো কাম কৰি দিম বুলি মুখ্যমন্ত্ৰীয়ে বিধায়কগৰাকীক প্ৰতিশ্ৰুতি দিয়ে। তদুপৰি মন্ত্ৰী বিমল বৰা আৰু ৰণোজ পেগু ৰ সৈতেও ফোনযোগে কথা পতাই দিয়ে গগৈক।বৈঠকৰ অন্তত সংবাদ মাধ্যমৰ আগত বিধায়ক গগৈয়ে মুখ্যমন্ত্ৰীৰে হোৱা আলোচনা ইতিবাচক আখ্যা দিয়াৰ লগতে ৰাজনীতিৰ কথা কোনো আলোচনা হোৱা নাই বুলি মন্তব্য কৰে।

- Advertisement -

Hot this week

সম্পাদকলৈ চিঠি…✒️

সম্পাদকলৈ চিঠি...✒️ মাননীয় সম্পাদক মহোদয়, গৱেষণামূলক লেখা প্রকাশৰ বাবে আলোচনী বা...

Press Update:

জেন জীৰ উন্মেষণ জাগৃত কৰি: ছেমছাং ইণ্ডিয়াই  ‘ছ’লভ ফৰ...

লক্ষ্মী চাহ কোম্পানীৰ দ্বাৰা আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস উদযাপন—

গুৱাহাটী, 27 মে’ 2025 — আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস উপলক্ষে,...

গ্ৰন্থ আলোচনাঃ ‘নৈ বৈ যায়’ – ✒️ৰিতুপৰ্ণা

নদীমাতৃক ৰাজ্য অসমৰ সভ্যতা, সাহিত্য, সংস্কৃতিৰ ক্ৰমবিকাশৰ সাক্ষী হৈ...

Topics

যশস্বী নৃত্যশিল্পী, নৃত্যাচার্য যতীন গোস্বামীক ৰাষ্ট্ৰপতি ভৱনত ‘পদ্মভূষণ’ সন্মান প্ৰদান

▶️ ৰাষ্ট্ৰপতি ভৱনত আয়োজিত দ্বিতীয় পৰ্যায়ৰ পদ্ম সন্মান প্রদান...

আকাশবাণীৰ লগত জড়িত কেৰিয়াৰ ● ড° বুলজিৎ বুঢ়াগোহাঁই

আকাশবাণীৰ লগত জড়িত কেৰিয়াৰ ● ড° বুলজিৎ বুঢ়াগোহাঁই ডাইৰেক্টৰ জেনেৰেল (Director...

লক্ষ্মী চাহ কোম্পানীৰ দ্বাৰা আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস উদযাপন—

গুৱাহাটী, 27 মে’ 2025 — আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস উপলক্ষে,...

Press Update:

জেন জীৰ উন্মেষণ জাগৃত কৰি: ছেমছাং ইণ্ডিয়াই  ‘ছ’লভ ফৰ...

Facebook: আজিৰ পৃথিৱীৰ ,জনপ্রিয় এক চচিয়েল নেটৱৰ্কিং সেৱা

ফেচবুক ইনকৰ্পৰেটেড নামৰ ব্যক্তিগত কোম্পানিয়ে  ০৪ ফেব্রুৱাৰী ২০০৪ চনত...

‘ব্লুটুথ’ শব্দটোৰ বিষয়ে থূলমুলকৈ

আজিৰ বিশ্বত ব্লুটুথ(Bluetooth) বোলা শব্দটো চিনি নোপোৱা মানুহৰ সংখ্যা...

Related Articles

Popular Categories

Assam
overcast clouds
26.1 ° C
26.1 °
26.1 °
85 %
1.4kmh
100 %
Wed
26 °
Thu
26 °
Fri
24 °
Sat
30 °
Sun
28 °

Warning: Undefined variable $ays_pb_show_scrollbar in /home/jigyasac/asomkhobor.com/wp-content/plugins/ays-popup-box/public/partials/ays-pb-public-templates.php on line 2528

Warning: Undefined variable $ays_pb_show_scrollbar in /home/jigyasac/asomkhobor.com/wp-content/plugins/ays-popup-box/public/partials/ays-pb-public-templates.php on line 2534

Warning: Undefined variable $ays_pb_show_scrollbar in /home/jigyasac/asomkhobor.com/wp-content/plugins/ays-popup-box/public/partials/ays-pb-public-templates.php on line 2537

লেখনি বিচৰা হৈছেঃ


Follow the Khobor Media Group channel on WhatsApp: https://whatsapp.com/channel/0029Va7zdb21SWswKyHYlX11

লেখনি বিচৰা হৈছেঃ
অসম খবৰ ডিজিটেল সংবাদ গোষ্ঠীৰ বাৰ্ষিক আলোচনী ‘জনকণ্ঠ’ৰ বাবে সৃষ্টিশীল লেখনি বিচৰা হৈছেঃ
প্ৰতিগৰাকী লেখক/লেখিকাৰ বাবে অনুৰোধঃ

📌 লেখাবোৰ সৃজনীমূলক লেখা, যেনে- স্বৰচিত গল্প, প্ৰৱন্ধ, কবিতা, ধাৰাবাহিক উপন্যাস, অনুবাদ সাহিত্য, ভৌতিক গল্প, বিশেষ ব্যক্তিৰ সাক্ষাৎকাৰ, ভ্ৰমণ কাহিনী, ক্ৰীড়া বাৰ্তা, নীলাখামৰ চিঠি, কৌতুক, সাঁথৰ, মহৎ লোকৰ বাণী, কুইজ, সাংবাদিকতাৰ অভিজ্ঞতা, সংবাদ ক্ষেত্ৰৰ ভৱিষ্যত, বুৰঞ্জীমূলক লেখা, স্বাস্থ্য সজাগতা,
ৰাজনীতিৰ ওপৰত লেখা, সৃষ্টিশীল বাতৰি, ছবি, কাৰ্টুন, ফটোগ্ৰাফী ইত্যাদি সামৰি লোৱা হৈছে।
📌 একেজন লিখকৰ একাধিক সৃষ্টিও ইয়াত প্ৰকাশ পাব। চৰ্ত কেৱল প্ৰকাৰ ভিন্ন হোৱাটো বাঞ্চনীয়।
📌আলোচনীত যিকোনো ধৰণৰ লেখা প্ৰকাশ পাবৰ বাবে আপোনাৰ সৃষ্টিৰাজিক স্পষ্টকৈ মোবাইলত বা কম্পিউটাৰ DTP কৰি  asomkhobor@gmail.com অথবা 8404052898 নম্বৰত প্ৰেৰণ কৰিবলৈ অনুৰোধ জনালোঁ।
ইতি-
অসম খবৰ’ পৰিয়ালৰ হৈ
মুখ্য সম্পাদক অশ্বিনী কুমাৰ গগৈ
মুখপাত্ৰ সম্পাদক শ্ৰীমন্ত দাস


This will close in 15 seconds