31.3 C
Guwahati
Monday, November 10, 2025
More

    শেহতীয়া আপডেটঃ

    বিধায়ক জিতু গোস্বামীৰ বাহনত গুলীচালনা কৰাৰ কাৰ্যক তীব্ৰ গৰিহণা অগপৰ

    সাংবাদিকক মাৰপিট কৰা, ভয়-ভাবুকি দিয়া কাৰ্যৰ পৰা বিৰত থাকিবলৈ সকিয়নি

    গুৱাহাটী, ১০ নৱেম্বৰঃ চামগুৰিত বিধায়ক জিতু গোস্বামীৰ বাহনত গুলীচালনা কৰাৰ কাৰ্যক অসম গণ পৰিষদ দলে নিন্দা কৰাৰ লগতে তীব্ৰ গৰিহণা দিছে৷ এই আক্ৰমণ কেৱল এজন জনপ্ৰতিনিধিৰ ওপৰত হোৱা আক্ৰমণেই নহয়, দেশৰ গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ ওপৰত হোৱা আক্ৰমণ৷

    এনে কাপুৰুষালি আৰু হিংসাত্মক কাৰ্যই সমাজখন অস্থিৰ কৰি ৰাখে৷ অসম গণ পৰিষদ দল সদায় শান্তিত বিশ্বাসী৷ গতিকে সমাজখন সুস্থিৰ হৈ থকাৰ স্বাৰ্থত দলে এই ঘটনাৰ ক্ষিপ্ৰ আৰু পুংখানুপুংখ তদন্তৰ দাবী জনাইছে আৰু দোষীসকলৰ বিৰুদ্ধে কঠোৰতম ব্যৱস্থা গ্ৰহণৰ বাবে আহ্বান জনাইছে৷

    তদুপৰি সাংবাদিকক কৰা মাৰপিট আৰু তেওঁলোকক ভয়-ভাবুকি দিয়া কাৰ্যকো অগপ দলে তীব্ৰ গৰিহণা দিছে৷ অনাগত দিনত গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ ওপৰত আাঘাত নকৰিবলৈ অগপই সকিয়নি দিছে৷

    অংশুমান দত্ত
    তথ্য আৰু প্ৰচাৰ সম্পাদক
    অসম গণ পৰিষদ

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
    • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
    • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS AUDIO CREDITS- COMPOSITION- ZUBEEN GARG LYRICS-ZUBEEN GARG MUSIC PRODUCER- ZUBEEN GARG CO-PRODUCER- NILOTPAL BORA & GAURI SHANKAR LAHON VOCALS- ZUBEEN GARG, ACHURJYA BORPATRA ACOUSTIC GUITAR- ISHANU NYLON & ELECTRIC GUITAR- PRITOM GOHAIN BARUAH BASS GUITAR- BISWAJIT CHAKRABORTY CHORUS VOICES-[...]

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    NOTICE ROI ROI BINALE Film

    •   আবেগ-অনুভূতিত কোনেও যাতে চিনেমাখনৰ ভিডিঅ' ১ ছেকেণ্ডো যাতে আপলোড নকৰে। আনকি ফটোও।  

    •   ট্ৰেলাৰটো ইতিমধ্যে দেখিছেই সকলোৱে। এই কাম নকৰিব। কিয়নো যি কাম তেওঁ বেয়া পাইছিল। সকলোলৈকে আহ্বান।  

    This will close in 30 seconds