31.3 C
Guwahati
Monday, November 10, 2025
More

    শেহতীয়া আপডেটঃ

    পুৰীত আজিৰে পৰা আৰম্ভ হ’ল জগন্নাথ ৰথযাত্ৰা

    ♦মৃন্ময় শইকীয়াঃ

    • আজিৰে পৰা উৰিষ্যাৰ পুৰিত আৰম্ভ হ’ল ৰথযাত্ৰা
    • ভক্তৰ সমাগম অবিহনেই দ্বিতীয়বাৰৰ বাবে আৰম্ভ হ’ল ৰথযাত্ৰা৷
    • জগন্নাথ, বলোভদ্ৰ, সুভদ্ৰা তিনিখন ৰথৰ যাত্ৰা আৰম্ভ৷
    • কৰ’ণা টেষ্ট নিগেটিভ আৰু ভেকচিনৰ দুয়োটা পালি লোৱা সকলেহে টানিব পাৰিব ৰথ৷
    • মংগল আৰতীত উপস্থিত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ৷
    • ৰথযাত্ৰাত ভক্তৰ প্ৰৱেশ প্ৰতিহত কৰিবলৈ জাৰি কৰিছে দুদিনীয়া কাৰ্ফিউ৷
    • ৰথযাত্ৰাৰ বাবে মোতায়েন কৰা হৈছে প্ৰায় ১,০০০ বিষয়া৷
    • প্ৰতি বছৰে আহাৰ মাহৰ শুক্লপক্ষৰ তৃতীয় দিনা উৰিষ্যাৰ পুৰীত ভগৱান জগন্নাথৰ ৰথযাত্ৰা উলিওৱা হয়৷
    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
    • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
    • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS AUDIO CREDITS- COMPOSITION- ZUBEEN GARG LYRICS-ZUBEEN GARG MUSIC PRODUCER- ZUBEEN GARG CO-PRODUCER- NILOTPAL BORA & GAURI SHANKAR LAHON VOCALS- ZUBEEN GARG, ACHURJYA BORPATRA ACOUSTIC GUITAR- ISHANU NYLON & ELECTRIC GUITAR- PRITOM GOHAIN BARUAH BASS GUITAR- BISWAJIT CHAKRABORTY CHORUS VOICES-[...]

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    NOTICE ROI ROI BINALE Film

    •   আবেগ-অনুভূতিত কোনেও যাতে চিনেমাখনৰ ভিডিঅ' ১ ছেকেণ্ডো যাতে আপলোড নকৰে। আনকি ফটোও।  

    •   ট্ৰেলাৰটো ইতিমধ্যে দেখিছেই সকলোৱে। এই কাম নকৰিব। কিয়নো যি কাম তেওঁ বেয়া পাইছিল। সকলোলৈকে আহ্বান।  

    This will close in 30 seconds