- যুদ্ধ বিৰতি উলংঘা কৰি মহাবিপদত পৰিল ভাৰতৰ চিৰবৈৰী পাকিস্তান। পাকিস্তানৰ যুদ্ধ বিৰতিক অতি গুৰুত্বসহকাৰে লৈছে ভাৰত চৰকাৰে।
- শনিবাৰে নিশা সংবাদমেল সম্বোধন কৰে ভাৰত চৰকাৰৰ বিদেশ সচিব বিক্ৰম মিশ্ৰিয়ে। সংবাদমেলত মিশ্ৰিয়ে পাকিস্তানৰ যুদ্ধবিৰতিক অতি নিন্দনীয় ঘটনা বুলি উল্লেখ কৰে।
- যুদ্ধবিৰতি পুনৰবাৰ ভংগ কৰিলে পাকিস্তানে। আৰু ইয়াৰ উত্তৰ হিচাপে ভাৰতৰ সেনা বাহিনীক পাকিস্তানৰ বিৰুদ্ধে সকলো প্ৰয়োজনীয় আৰু কঠোৰ ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিছে বিক্ৰম মিশ্ৰিয়ে।
-
যুদ্ধ বিৰতি ভংগৰ বাবে পাকিস্তান জগৰীয়া- এই মন্তব্য বিদেশ সচিব বিক্ৰম মিশ্ৰিৰ। পাকিস্তানক যোগ্য প্ৰত্যুত্তৰ দিয়াৰ বাবে সেনাক দিয়া হৈছে কৰ্তৃত্ব।
News Source #News18