31.3 C
Guwahati
Tuesday, November 11, 2025
More

    শেহতীয়া আপডেটঃ

    নাৰায়ণপুৰ বিহপুৰীয়াত ধন ঐশ্চৰ্যৰ দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা পালন:

     

    অসম খবৰ ২০ অক্টোবৰ :

    ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰীশ্ৰী লক্ষ্মী পূজা নাৰায়ণপুৰ-বিহপুৰীয়া অঞ্চলৰ গাঁৱে-গাঁৱে আয়োজন কৰা বাতৰি পোৱা গৈছে । অঞ্চলটোৰ শিমলুগুৰী, বালিপথাৰ, নাৰায়ণপুৰ, বিহপুৰীয়া , ধলপুৰ, পথালিপাহাৰ, বৰবালি, ভোলাবৰিকে ধৰি বহু ঠাইত অতি উলহ-মালহেৰে লক্ষ্মী পূজা উদযাপন কৰিছে ।

    বহুঠাইত ৰাতিলৈ সাংস্কৃতিক কায্যসূচীও আয়োজন কৰিছে ।

    পূজাথলী সমূহত পুৱাৰে পৰা ভক্ত সকলৰ লানি নিছিগা ভিৰ দেখাপোৱা গৈছে ।

    লক্ষ্মী পূজাৰ উপলক্ষে পূজা থলী সমূহত মহিলা সকলে দিহা নাম , নেগেৰা নাম , আই নাম আৰু গীত নৃতৰে এক উৎসৱ মুখৰ পৰিৱেশে বিৰাজ কৰিছে । অন্য পূজা থলী সমূহৰ লগতে ভোলাবৰিটো লক্ষ্মী পূজাৰ অনুষ্ঠিত্ব কৰিছে । ইয়াৰ উপলক্ষে আয়োজন কৰা সাংস্কৃতিক অনুষ্ঠানত গীত-মাত, নৃত্যকে ধৰি বিভিন্ন সাংস্কৃতিক অনুষ্ঠান পৰিবেশন কৰে । ভোলাবৰিৰ যুৱক সংঘই আয়োজন কৰা লক্ষ্মী পুজাত এইবাৰ ব্যক্তিক্ৰম ধৰ্মী ৰূপত দেখা গ’ল লক্ষ্মী দেৱীক । সম্পুৰ্ণ অসমীয়া গহণা আৰু সাজ-পাৰে পৰিধান কৰালে লক্ষ্মী দেৱীক ।

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
    • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
    • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS AUDIO CREDITS- COMPOSITION- ZUBEEN GARG LYRICS-ZUBEEN GARG MUSIC PRODUCER- ZUBEEN GARG CO-PRODUCER- NILOTPAL BORA & GAURI SHANKAR LAHON VOCALS- ZUBEEN GARG, ACHURJYA BORPATRA ACOUSTIC GUITAR- ISHANU NYLON & ELECTRIC GUITAR- PRITOM GOHAIN BARUAH BASS GUITAR- BISWAJIT CHAKRABORTY CHORUS VOICES-[...]

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    NOTICE ROI ROI BINALE Film

    •   আবেগ-অনুভূতিত কোনেও যাতে চিনেমাখনৰ ভিডিঅ' ১ ছেকেণ্ডো যাতে আপলোড নকৰে। আনকি ফটোও।  

    •   ট্ৰেলাৰটো ইতিমধ্যে দেখিছেই সকলোৱে। এই কাম নকৰিব। কিয়নো যি কাম তেওঁ বেয়া পাইছিল। সকলোলৈকে আহ্বান।  

    This will close in 30 seconds