Wednesday, June 18, 2025
26.8 C
Guwahati
TOP NEWS:

নাৰায়ণপুৰত পিছলা নেশ্যনেল একাডেমীত গণতন্ত্ৰ দিৱস পালন : VIDEO

- Advertisement -
- Advertisement -
- Advertisement -
- Advertisement -

নাৰায়ণপুৰত পিছলা নেশ্যনেল একাডেমীত গণতন্ত্ৰ দিৱস পালন :

লক্ষীমপুৰ জিলাৰ নাৰায়ণপুৰৰ জৰাবাৰীস্থ জিলাখনৰ অগ্ৰণি শিক্ষানুষ্ঠান পিছলা নেশ্যনেল একাডেমীত সম্পূৰ্ণ ক’ভিদ বিধি মানি ৭৩ সংখ্যক গণৰাজ্য দিৱস উদ্‌যাপন কৰা হয়।

নাৰায়ণপুৰত পিছলা নেশ্যনেল একাডেমীত গণতন্ত্ৰ দিৱস পালন :

ইয়াৰ উপলক্ষে পুৱা ৰাষ্ট্ৰীয় পতাকা উত্তোলনৰ পাছতেই শিক্ষাৰ্থীৰ সকলৰ মাজত গীত, নৃত্য, বক্তৃতা আদি অনুষ্ঠিত্ব হয় ।
গণতন্ত্ৰ দিৱসৰ লগত সংগতী ৰাখি বিভিন্ন সাংস্কৃতিক কাৰ্যসূচী পৰিবেশন কৰে পিয়েনিয়ান সকলে।অনুষ্ঠানটিত বিদ্যালয়ৰ মুখ্য পৰামৰ্শদাতা তথা বিশিষ্ট সমাজসেৱক নট্যকৰ্মী প্ৰদীপ হাজৰিকাদেৱ মুখ্য পৰ্যবেক্ষক হিচাবে উপস্হিত থাকে। অনুষ্ঠানত অঞ্চলটোৰ কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।

নাৰায়ণপুৰৰ পৰা জয়ন্ত কুমাৰ হাজৰিকাৰ

- Advertisement -

Hot this week

অচিনাকী যৌন ৰোগ

তলত বৰ্ননা দিয়া যৌন ৰোগসমূহ জনসাধাৰনৰ ইমান পৰিচিত নহয়...

বিহালীত বিশ্বনাথ জিলা বাৰ্তাজীৱী সংঘৰ দ্বি-বাৰ্ষিক অধিবেশন  সফল সামৰণি

বিহালীত বিশ্বনাথ জিলা বাৰ্তাজীৱী সংঘৰ দ্বি-বাৰ্ষিক অধিবেশন  সফল সামৰণি অসম...

গৰ্ভাৱস্থাত যৌন সংক্ৰমণজনিত ৰোগ

গৰ্ভৱতী মহিলা এগৰাকী যৌন সংক্ৰমিত ৰোগত আক্ৰান্ত হ’ব পাৰেনে? আন...

Ahmedabad Air India plane crash: আহমেদাবাদৰ মেঘানিত এয়াৰ ইণ্ডিয়াৰ AI-171 বিমান দুৰ্ঘটনাগ্ৰস্ত

♦ দেশৰ ইতিহাসত ভয়াৱহ বিমান দুৰ্ঘটনা। ফটোসমূহ দেখিলে যিকোনো...

নাৰীৰ যৌনতাৰ (Sex) প্ৰয়োজনীয়তা আৰু অসম্পূৰ্ণ যৌনতা (Un-Satisfactions sexual life) বাবে হোৱা সমস্যা

নাৰীৰ যৌনতাৰ (Sex) প্ৰয়োজনীয়তা আৰু অসম্পূৰ্ণ যৌনতা (Un-Satisfactions sexual...

Topics

বিহালীত বিশ্বনাথ জিলা বাৰ্তাজীৱী সংঘৰ দ্বি-বাৰ্ষিক অধিবেশন  সফল সামৰণি

বিহালীত বিশ্বনাথ জিলা বাৰ্তাজীৱী সংঘৰ দ্বি-বাৰ্ষিক অধিবেশন  সফল সামৰণি অসম...

গৰ্ভাৱস্থাত যৌন সংক্ৰমণজনিত ৰোগ

গৰ্ভৱতী মহিলা এগৰাকী যৌন সংক্ৰমিত ৰোগত আক্ৰান্ত হ’ব পাৰেনে? আন...

অচিনাকী যৌন ৰোগ

তলত বৰ্ননা দিয়া যৌন ৰোগসমূহ জনসাধাৰনৰ ইমান পৰিচিত নহয়...

বজ্ৰাসন আৰু আমাৰ স্বাস্থ্য

বজ্ৰাসন কি? বজ্ৰাসনে আমাৰ শৰীৰটোক বজ্ৰৰ দৰে দৃঢ় (কঠিন বা...

Ahmedabad Air India plane crash: আহমেদাবাদৰ মেঘানিত এয়াৰ ইণ্ডিয়াৰ AI-171 বিমান দুৰ্ঘটনাগ্ৰস্ত

♦ দেশৰ ইতিহাসত ভয়াৱহ বিমান দুৰ্ঘটনা। ফটোসমূহ দেখিলে যিকোনো...

মোদী চৰকাৰৰ ১১ বছৰ সম্পূৰ্ণ

নৰেন্দ্ৰ মোদী চৰকাৰৰ ১১ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে নৰেন্দ্ৰ...

Related Articles

Popular Categories

Assam
overcast clouds
26.3 ° C
26.3 °
26.3 °
92 %
1.7kmh
100 %
Wed
27 °
Thu
29 °
Fri
33 °
Sat
33 °
Sun
34 °