31.3 C
Guwahati
Monday, November 10, 2025
More

    শেহতীয়া আপডেটঃ

    নামনি লক্ষীমপুৰ জিলা মইনা পাৰিজাতৰ উদ্যোগত শিশু দিবস উদযাপন :

    সন্মিলিত মইনা পাৰিজাতৰ আতিথ্যত মনিকুমাৰ উচ্চ মাধ্যমিক বিদ্যালয় খেলপথাৰত নামনি লক্ষীমপুৰ জিলাৰ মইনা পাৰিজাতৰ শিশু দিৱস উদ্‌যাপন কৰা হয় । ইয়াৰ উপলক্ষে আয়োজন কৰা জিলাৰ মইনা পাৰিজাতৰ অন্তগতসকলো শাখাৰ মইনা পাৰিজাতৰ মইনা সকলৰ মাজত আয়োজন কৰা স্ব-ৰচিত কবিতা গল্প আৰু চিত্ৰাংকণ প্ৰতিযোগিতাৰ স্থান প্ৰাক্ত সকলৰ মাজত বঁটা সমুহ বিতৰন কৰে । সন্মিলিত মইনা পাৰিজাতৰ মইনা সকলে পৰিবেশন কৰা সমবেত সংগীতেৰে আৰম্ভ হোৱা সভা খন

    উদ্বোধন কৰে কৃষ্ণ সন্দিকৈয়ে ।

    Children's Day celebrations at Namni Lakshimpur district Maina Parijat initiative


    অনন্ত শইকীয়াই সভাপতিত্ব কৰা অনুষ্ঠানটোত নেহেৰু মইনা পাৰিজাতৰ মইনা বক্তা বৃষ্টি বৰাৰ মনোমোহা বক্তিতাই দৰ্শকক অধিক আকৰ্শিত কৰে । তাতাবাঁহাৰৰ শিশু বক্তা পিঞ্চিপ্ৰিয়া বৰাই সভাত মনোজ্ঞ বক্তা প্ৰদান কৰে । সভাত অধ্যাপক প্ৰদীপ শৰ্মা বৰুৱাই বক্তব্য প্ৰদান কৰে । জিলা খনৰ বহুটো বিশিষ্ট ব্যক্তি আৰু শিশু সকলে অনুষ্ঠানত অশং গ্ৰহণ কৰে

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
    • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
    • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS AUDIO CREDITS- COMPOSITION- ZUBEEN GARG LYRICS-ZUBEEN GARG MUSIC PRODUCER- ZUBEEN GARG CO-PRODUCER- NILOTPAL BORA & GAURI SHANKAR LAHON VOCALS- ZUBEEN GARG, ACHURJYA BORPATRA ACOUSTIC GUITAR- ISHANU NYLON & ELECTRIC GUITAR- PRITOM GOHAIN BARUAH BASS GUITAR- BISWAJIT CHAKRABORTY CHORUS VOICES-[...]

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    NOTICE ROI ROI BINALE Film

    •   আবেগ-অনুভূতিত কোনেও যাতে চিনেমাখনৰ ভিডিঅ' ১ ছেকেণ্ডো যাতে আপলোড নকৰে। আনকি ফটোও।  

    •   ট্ৰেলাৰটো ইতিমধ্যে দেখিছেই সকলোৱে। এই কাম নকৰিব। কিয়নো যি কাম তেওঁ বেয়া পাইছিল। সকলোলৈকে আহ্বান।  

    This will close in 30 seconds